--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াই পেটিএম পেমেণ্ট বেংকক নতুন গ্ৰাহক অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে পেটিএম পেমেণ্ট বেংকত শেহতীয়াকৈ লক্ষ্য কৰা উদ্বেগৰ বিষয়ে উল্লেখ কৰি তাৎক্ষণিকভাৱে নতুন গ্ৰাহক অন্তৰ্ভুক্তি বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক বিবৃতিযোগে পেটিএমক তথ্য-প্ৰযুক্তি প্ৰণালীৰ এক ব্যাপক নিৰীক্ষণ কৰাৰ বাবে এখন নিৰীক্ষণ আয়োগ গঠন কৰিবলৈও কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে, আৰবিআই-য়ে আজি আৰবিআইৰ ক্ষমতা প্ৰয়োগ কৰি, অন্যান্য বিষয়ৰ সৈতে, বেংকিং নিয়ন্ত্ৰণ আইন, ১৯৪৯ৰ ধাৰা ৩৫এ-ৰ অধীনত, পেটিএম পেমেণ্টছ বেংক লিমিটেডক নতুন গ্ৰাহকৰ অন্তৰ্ভুক্তি তৎক্ষণাৎ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে, ‘অনবৰ্ডিং আইটি অডিটৰ’ৰ প্ৰতিবেদন পৰ্যালোচনা কৰাৰ পাছত আৰবিআইয়ে প্ৰদান কৰিবলগা নিৰ্দিষ্ট অনুমতি সাপেক্ষেহে পেটিএম পেমেণ্ট বেংক লিমিটেডৰ দ্বাৰা নতুন গ্ৰাহকৰ অন্তৰ্ভুক্তিৰ অনুমতি দিয়া হ’ব বুলি জানিব পৰা গৈছে৷ Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন