--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত শাৰদীয় নৱৰাত্ৰিৰ এক বিশেষ তাৎপৰ্য্য আছে। নৱৰাত্ৰিত মাদুৰ্গাৰ নতুন ৰূপৰ পূজা কৰা হয়। ইয়াৰ বাবেই মাদুৰ্গাই ভক্তসকলৰ ওপৰত সন্তুষ্ট হৈ তেওঁলোকৰ সকলো ইচ্ছা পূৰণৰ বাবে আশীৰ্বাদ দিয়ে।

 শাৰদীয় নৱৰাত্ৰি কেতিয়া?

হিন্দু পঞ্জিকা অনুসৰি শাৰদীয় নৱৰাত্ৰি প্ৰতি বছৰে আহিন মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হয় আৰু দশমী তিথিত শেষ হয়। এইবাৰ চলিত মাহৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰি। ৫ অক্টোবৰত ইয়াৰ অন্ত পৰিব। এই ৯দিনত মাদুৰ্গাৰ ৯টা ৰূপক মহান ৰীতি-নীতিৰে পূজা কৰা হয়।

 শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইসমূহ কাম-

১. হিন্দু ধৰ্মত কন্যাক মাদুৰ্গাৰ ৰূপ বুলি গণ্য কৰা হয়। সেয়ে নৱৰাত্ৰিত কুমাৰী পূজা কৰাৰ নিয়ম আছে। নৱৰাত্ৰিৰ সময়ত কোনো কন্যা বা মহিলাৰ প্ৰতি বেয়া চিন্তা আনিব নালাগে, নহ’লে মাদুৰ্গাৰ খং উঠিব পাৰে।

২. ঘৰত নৱৰাত্ৰিৰ উপবাসৰ কলহ প্ৰতিষ্ঠা হৈছে বা অখণ্ড শিখা জ্বলাই ৰাখিছে, তেন্তে নৱৰাত্ৰিৰ সময়ত ঘৰৰ পৰা ওলাই নাযাব। ইয়াৰ ফলত মাদুৰ্গা ক্ষুব্ধ হ’ব পাৰে।

৩. নৱৰাত্ৰিৰ সময়ত ভক্তসকলে যিকোনো ধৰণৰ বিবাদৰ পৰা আঁতৰত থাকিব লাগে, কাৰণ বিবাদে উপবাসকাৰীৰ আত্মাক আঘাত কৰে। যাৰ বাবে মাতৃ দেৱীৰ খং উঠিব পাৰে। যিয়েই নহওক, মালক্ষ্মীয়ে কাজিয়া হোৱা ঘৰত বাস নকৰে বুলি ধৰ্মীয় বিশ্বাস আছে।

৪. নৱৰাত্ৰিৰ পৱিত্ৰ দিনত সাত্ত্বিকতাৰ প্ৰতি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। হালধি আৰু পিঁয়াজ তামসিক খাদ্যত আহে। ইয়াৰ ফলত মাতৃৰ পূজাত বাধাৰ সৃষ্টি হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী