--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ডিজিটেল বিপ্লৱে যথেষ্ট অগ্ৰগতি আৰু সুবিধা কঢ়িয়াই আনিছে যদিও ইয়াৰ অপব্যৱহাৰো পৰিলক্ষিত হৈছে। ডিজিটেল প্লেটফৰ্মৰ সংযোগ আৰু প্ৰৱেশ বৃদ্ধিৰ বাবেও প্ৰযুক্তিগত উন্নতিৰ ফলত নতুন অনলাইন কেলেংকাৰীৰ জন্ম হৈছে।

শেহতীয়াকৈ এটা ভাইৰেল ভিডিঅ’ই এনেধৰণৰ প্ৰৱঞ্চনাক উদঙাই দিছে। তাত দেখা গৈছে কোনো অপৰিচীত ব্যক্তিয়ে ফোনত সিফালৰ পৰা ৪০১ ডায়েল কৰিবলৈ অনুৰোধ কৰে আৰু তাৰ পিছত  পাৰ্চেল ডেলিভাৰীত সহায় কৰাৰ অজুহাতেৰে এটা নিৰ্দিষ্ট ফোন নম্বৰ দিয়ে। যদি তেওঁ কোৱা মতে সকলো কৰা হয়, আপোনাৰ কল আৰু বাৰ্তাসমূহ, অ'টিপিসমূহ সেই অপৰিচীত লোকজনৰ নম্বৰলৈ গুচি যাব।

এইই ভাইৰেল ক্লিপত এগৰাকী মহিলাই এজন ব্যক্তিৰ সৈতে পাৰ্চেলৰ ডেলিভাৰী পোৱাৰ বিষয়ে কথা পতা দেখা গৈছে আৰু তেওঁক কয় যে তেওঁ প্ৰডাক্টটো লাভ কৰিবলৈ পূৰ্বে উল্লেখ কৰা পদক্ষেপসমূহ অনুসৰণ কৰক।

ক্লিপটোৰ উত্তৰত আন এজন ব্যৱহাৰকাৰীয়ে কয়, "মোৰ লগতো এনেকুৱা হৈছিল, তেওঁলোকে কৈছিল যে মোৰ পাৰ্চেল ব্লক কৰা হৈছে আৰু আপুনি ডেলিভাৰী এজেণ্টক সক্ৰিয়কৰণ ক'ড হিচাপে পাঁচ টকা দিব লাগিব।"

আন এজন ব্যৱহাৰকাৰীয়ে লগতে কয়, "দুদিন আগতে মোৰ বন্ধুৱে এই কাণ্ডৰ মাজেৰে পাৰ হৈছিল। তেওঁ সেই ভুৱা নংটোত ফোন কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ txt msg পাইছিল আৰু কিছু তথ্য আপডেট কৰিবলৈ লিংক আছিল। এবাৰ তেওঁ লিংক জমা নিদিয়াকৈ tht ত ক্লিক কৰিছিল সকলো বিত্তীয় তথ্য শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল।" 'আমি চাইবাৰত ৰিপ'ৰ্ট কৰা cellphne n ফৰ্মেট কৰিছো।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু