--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শান্ত হোৱা নাই মণিপুৰ। অশান্ত মণিপুৰৰ জিৰিবাম জিলাত আকৌ সংঘটিত হৈছে সন্ত্রাসবাদীৰ ধাৰাসাৰ গুলিয়াগুলিৰ ঘটনা।  জানিবপৰা মতে, জিৰিবাম জিলাৰ গুলালতল এলাকাৰ আৰক্ষী আউটপোষ্টৰ সমীপত আৰক্ষীৰ লগত নিশা সংঘটিত হৈছে গুলিয়াগুলিৰ ঘটনাটো। 

কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই ক্ষয়ক্ষতিৰ একো তথ্য। 

উল্লেখযোগ্য যে, জিৰিবামৰ এগৰাকী মেইটেই মণিপুৰীৰ হত্যাকাণ্ডকলৈ ৬ জুনৰ পৰা মেইটেই আৰু কুকিৰ মাজত আৰম্ভ হৈছিল হিংসাত্মক পৰিস্থিতিৰl জ্বলাই দিয়া হৈছিল দুইপক্ষৰ ঘৰ-দুৱাৰl 

প্রাণৰ মমতাত ঘৰ-দুৱাৰ এৰি পলায়ন কৰি লক্ষীপুৰৰ লগতে অসমৰ বিভিন্ন ঠাইত আশ্রয় লৈছিল বহু মেইটেই-কুকিয়েl 

ইয়াৰ পাছত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ৰাজ্য আৰক্ষীৰ লগতে নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছিল যদিও এতিয়ালৈকে যেন শান্ত হোৱা নাই জিৰিবামৰ পৰিস্থিতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ