--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শাওণ মাহৰ শুক্ল পক্ষৰ পঞ্চমদিনা নাগ পঞ্চমী উদযাপন কৰা হয়। সেই দিনটোতে সাপৰ দেৱতাৰ পূজা কৰা হয়। চলিত বৰ্ষৰ ২ আগষ্ট মঙলবাৰে নাগ পঞ্চমী উৎসৱ পালন কৰা হব। দেশ আৰু বিশ্বত সাপৰ সৈতে জড়িত বহুতো তথ্য আছে আৰু ই এনে এক প্ৰজাতিৰ জীৱ, যাৰ বিষয়ে অধিক জনাৰ কৌতুহল সকলোৰে মনত থাকে। এই উপলক্ষে সাপৰ সৈতে জড়িত কিছু তথ্যৰ বিষয়ে জানো আহক।

 সাপৰ বিষয়ে কিছু আকৰ্ষণীয় তথ্য-

 * সাপৰ কণী চাই গম পোৱা যায় যে ই মতা নে মাইকী সাপৰ কণী। যিবোৰ কণী জিলিকি উঠে সেইবোৰ মতা আৰু যিবোৰ কণীৰ ৰেখাযুক্ত সেইবোৰ মাইকী সাপ।

 * সাপে নিজৰ কণীবোৰ ৬মাহলৈকে ইনকিউবেট কৰে আৰু যেতিয়া পোৱালিবোৰ জন্ম হৈ ওলাই আহে তেতিয়া বহু পোৱালি নিজে খাই পেলায়। সাধাৰণতে সেই পোৱালিবোৰহে জীয়াই থাকিবলৈ সক্ষম হয়, যিবোৰ ইফাল-সিফাল হৈ থকা কণীৰ পৰা ওলাই আহে আৰু মাতৃ সাপৰ সেইবোৰত দৃষ্টি নপৰে।

 * বাৰিষা কালতহে সাপে গৰ্ভধাৰণ কৰে আৰু প্ৰায়বোৰ কণী কাতি মাহৰ পৰা ওলায়।

 * কণীৰ পৰা ৭দিন ওলোৱাৰ পাছতহে সাপৰ দাঁতবোৰ বাঢ়ে আৰু ২১দিনৰ পাছত বিষো আহে। যদি সাপটো বিষাক্ত হয় তেন্তে ই জন্মৰ ২৫দিনৰ পাছতহে কাৰোবাৰ প্ৰাণ লবলৈ সক্ষম হৈ পৰে।

 * বৈজ্ঞানিক তথ্য অনুসৰি সাপৰ বয়স ১০০ বছৰতকৈও অধিক। ই সৰ্বাধিক ১২০ বছৰ। কিন্তু অতি কম প্ৰজাতিৰ সাপ ইমানদিন জীয়াই থাকবিলৈ সক্ষম হয়।

 * যদিও সাপৰ ভৰি দেখা নাযায়, কিন্তু সাপৰ ভৰি থাকে।  অতি সৰু হোৱাৰ বাবে দেখা নাযায়। কেৱল খোজ কাঢ়োতেহে সাপৰ ভৰিকেইখন ওলায়, বাকী সময়খিনি ভৰি দুখন ভিতৰত ৰাখে।

 * সাপ আৰু ইয়াৰ বিষৰ বয়স তাৰ জন্মৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ণয় কৰা হয়। অৰ্থাৎ কণীৰ পৰা অকালতে ওলোৱা সাপবোৰৰ বয়স মাত্ৰ ৪০ৰ পৰা ৪৫ বছৰ জীয়াই থাকে। ইয়াৰ উপৰি ইহঁতৰ বিষো লেহেমীয়া আৰু কম ফলপ্ৰসূ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ