--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শৰীৰৰ বিভিন্ন অংশত তিল থকাৰ অৰ্থ বেলেগ বেলেগ আৰু ই ব্যক্তিজনৰ ভৱিষ্যতৰ লগত জড়িত গুৰুত্বপূৰ্ণ ইংগিত দিয়ে। এগৰাকী নাৰী আৰু এজন পুৰুষৰ শৰীৰৰ কিছুমান বিশেষ অংশত তিল থকাটোৱে তেওঁলোকক উজ্জ্বল ভৱিষ্যত দিয়ে।

জ্যোতিষত ৰাশিফল, হাতৰ ৰেখা-চিহ্ন আদিৰ ভিত্তিত ভৱিষ্যদ্বাণী কৰা হয়। আনহাতে, সমুদ্ৰিক শাস্ত্ৰত শৰীৰৰ অংগ, আকৃতি-প্ৰকাৰ, তিল আদিৰ ওপৰত কৰা চিনবোৰৰ যোগেদি মানুহৰ ভৱিষ্যতৰ কথা কোৱা হয়। আজি আমি জানো আহক শৰীৰত এনেধৰণৰ শুভ তিলৰ কথা, যাৰ উপস্থিতিয়ে মানুহক ভাগ্যৱান কৰি তোলে।

• কপালত তিল থকাৰ অৰ্থ: সামুদ্ৰিক শাস্ত্ৰৰ মতে যিজন ব্যক্তিৰ কপালৰ সোঁফালে তিল থাকে তেওঁ অতি ভাগ্যৱান। এনে মানুহ অতি প্ৰতিভাশালী আৰু নিজৰ সামৰ্থ্যৰ ভিত্তিত জীৱনৰ সকলোখিনি সাধন কৰে।

• থুঁতৰিত তিল থকাৰ অৰ্থ: মহিলাৰ থুতৰিত তিল থকাটোৱে তেওঁলোকৰ সৌন্দৰ্য্য বৃদ্ধিহে কৰে। ইয়াৰ লগতে তেওঁলোকৰ ভাগ্যও জিলিকি উঠে। পুৰুষ বা মহিলাৰ থুঁতৰিত তিল থকাটোৱে এজন ব্যক্তিক এক ডাঙৰ স্থান দিয়ে। এনে লোকেও যথেষ্ট জনপ্ৰিয়তা লাভ কৰে।

• তলুৱাত তিল থকাৰ অৰ্থ: তলুৱাত তিল থকাটো অতি শুভ। এনে লোকে জীৱনত বহুত ভ্ৰমণ কৰে। যদি কোনো ব্যৱসায়ী মহিলাৰ ভৰিত তিল থাকে, তেন্তে তেওঁ নিজৰ ব্যৱসায়ৰ পৰা বহুত টকা উপাৰ্জন কৰি দেশ আৰু বিশ্বত খ্যাতি অৰ্জন কৰে।

• ডিঙিত তিল থকাৰ অৰ্থ:  ডিঙিত তিল থকা মানুহবোৰ অতি সুস্বাভাৱিক। মানুহৰ পৰা বহুত মৰম পায় আৰু জীৱনত সকলো ধৰণৰ আৰামৰ সুবিধাও পায়।

• নাভিত তিল থকাৰ অৰ্থ: নাভিত বা নাভিৰ চাৰিওফালে তিল থাকিলে  বিলাসী জীৱন লাভ কৰে। এনে লোকে অতি ভাল খাদ্য, কাপোৰ-কানি আৰু বিলাসীতাৰে ভৰা জীৱন উপভোগ কৰে। তেওঁলোকৰ জীৱনত কেতিয়াও একোৰে অভাৱ নহয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ