--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহপাশত আৱদ্ধ হ'বলৈ আগবাঢ়িছে  শুভমন গিল আৰু ছাৰা তেণ্ডুলকাৰ! অন্তত আজিৰ তাৰিখত তেনে আলোচনাই চলিছে বিভিন্ন মহলত৷  ক্ৰিকেটাৰ  শুভমনৰ সৈতে ছাৰা তেণ্ডুলকাৰৰ প্ৰেম কাহিনী এতিয়া বহুতৰে মুখে মুখে৷ বেটছমেন শুভমন  আৰু ছাৰা তেণ্ডুলকাৰৰ গোপন প্ৰেমে কাহিনীয়ে কিছু দিনৰ পৰা সংবাদমাধ্যমৰ  শিৰোনাম দখল কৰি আহিছে।

 ছাৰা  শচীন তেণ্ডুলকাৰৰ জীয়ৰী আৰু শুভমনে বৰ্তমান টীম ইণ্ডিয়াৰ উল্লেখযোগ্য খেলুৱৈ। দুয়োজনে একেলগে  ছবি পোষ্ট কৰাৰ পিছত তেওঁলোকৰ সম্পৰ্ককলৈ  উৰাবাতৰি বিয়পি পৰিছিল৷ ইউ.এ.ইৰ  খেলুৱৈ চিৰাগ চুৰীয়ে দুৰ্ঘটনাক্ৰমে শুভমন-ছাৰাৰ প্ৰেমৰ কথা কৈ পোলোৱাৰ পিছতে বিষয়টোকলৈ অধিক ৰহস্যৰ সৃষ্টি হৈছে৷


   এটা সাক্ষাৎকাৰত  চুৰীয়ে শুভমানৰ নাম লৈ কৈছিল যে তেওঁৰ এগৰাকী প্ৰেমিকা আছে, নাম ছাৰা। বহুতে এয়া  উৰাবাতৰি বুলিও ক’ব বিচাৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক