--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শৰীৰত ইউৰিক এচিড বৃদ্ধি হোৱাটো এনেকুৱা এটা সমস্যা যাৰ বাবে আন গুৰুতৰ ৰোগ হোৱাৰো আশংকা থাকে। দৰাচলতে যেতিয়া আমাৰ শৰীৰত লেতেৰা পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে আৰু সেইবোৰ ওলাই যাব নোৱাৰে তেতিয়া ইয়াক ইউৰিক এচিড বৃদ্ধি বুলি কোৱা হয়। মূলতঃ ইয়াৰ বাবেই পিউৰিন নামৰ ৰাসায়নিক পদাৰ্থবিধ শৰীৰত গঠন হ’বলৈ আৰম্ভ কৰাৰ লগতে ই পোনে পোনে তেজত জমা হয়। ফলত অসহ্যকৰ বিষ আৰু ফুলাৰ সমস্যা হ’বলৈ ধৰে।

ইউৰিক এচিড বৃদ্ধি হ’লে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী খোৱা-বোৱাকে ধৰি বহু ধৰণৰ নিয়ম মানি চলিবলগীয়া হয়। কিন্তু আজি আমি আপোনালোকক এনে পাঁচটা অলৌকিক পাতৰ কথা ক’ম, যিবোৰ আপুনি দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিও শৰীৰত বৃদ্ধি পোৱা ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব পাৰি।

১. তুলসীৰ পাতঃ-তুলসীৰ পাত খালে বহু প্ৰকাৰৰ সংক্ৰমণ নাইকিয়া হয়। একেদৰে ইউৰিক এচিড কমোৱাতো তুলসী পাত অতি উপকাৰী। আপুনিও নিয়মিতভাৱে তুলসী পাত খাই ইউৰিক এচিডৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।

২. পাণপাত:-স্বাস্থ্যৰ বাবে পাণপাত অতি ফলপ্ৰসূ। শৰীৰত বৃদ্ধি পোৱা ইউৰিক এচিড কমোৱাতো পাণপাত অতি ফলপ্ৰসূ। পাণপাতে তেজত বৃদ্ধি পোৱা ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব পাৰে।

৩. নৰসিংহ পাত:-শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে খাদ্যত নৰসিংহ পাতো ব্যৱহাৰ কৰিব পাৰে। দৈনন্দিন খাদ্যত নৰসিংহ পাত অন্তৰ্ভুক্ত কৰি তেজত জমা হোৱা ইউৰিক এচিড হ্ৰাস কৰিব পাৰি।

৪. মেথিপাত:-ইউৰিক এচিডৰ সমস্যাত মেথিপাত অতি উপকাৰী। সেউজীয়া শাক হিচাপেও মেথিপাত খাব পাৰে। ইয়াৰ ফলত শৰীৰত ইউৰিক এচিড নিয়ন্ত্ৰিত কৰিব পাৰি।

৫. ধনীয়াৰ পাত:-ধনীয়া পাত বহু ধৰণে খাদ্যত ব্যৱহাৰ কৰা হয়। ইউৰিক এচিডৰ পৰা মুক্ত হোৱাতো এই ধনীয়া পাতে সহায় কৰে। এই পাত সুগন্ধিযুক্ত হোৱাৰ লগতে ঔষধ হিচাপেও খাব পাৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ