--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতীয় লোকৰ মাজত নেমু অধিক জনপ্ৰিয়। সেয়েহে দৈনন্দিন খাদ্য তালিকা ইয়াৰ ব্যৱহাৰ অধিক দেখিবলৈ পোৱা যায়। দৰাচলতে ওজন হ্ৰাস কৰাৰ উপৰি নেমুৰ আছে স্বাস্থ্যজনিত বহুতো উপকাৰিতা। নেমু আৰু মৌ গৰম পানীত মিহলাই খালে পেটৰ বহুতো সমস্যা দূৰ হয়। কিন্তু আমি বহুতে নাজানো যে নেমুৰ সমান্তৰালকৈ ইয়াৰ পাতৰো আছে বহুতো উপকাৰী গুণ, সেয়েহে আজি আমি নেমুৰ পাতৰ উপকাৰিতাৰ বিষয়ে কিছু কথা জানো আহক।

১. দৈনিক নেমুৰ পাত চোবাই খালে মানসিক চাপ হ্ৰাস হয়। কাৰণ এনে বহু গুণ নেমুপাতত পোৱা যায়, যাৰ ফলত মানসিক চাপৰ পৰা উপশম দিয়ে। 

২. নেমুৰ দৰে ইয়াৰ পাততো ভিটামিন-চি পোৱা যায়, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে। ইয়াৰ উপৰি বতৰ পৰিৱৰ্তনৰ সময়ত বিয়পি পৰা সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি।

৩. নেমুৰ পাত চোবাই খালে সহজেই ওজন হ্ৰাস কৰিব পাৰি আৰু যিকোনো ঠাইতে নেমু গছ অতি সহজেই ৰোপণ কৰিব পাৰি।

৪. টেনচনৰ ফলত হোৱা মূৰৰ বিষতো নেমুৰ পাত উপকাৰী বুলি প্ৰমাণিত হয়। দৈনিক নেমুপাত চোবাই খালে মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

৫. নেমুৰ পাতত ভিটামিন-চি থাকে, যিটো ছালৰ উজ্বলতাৰ বাবে উপকাৰী।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ