--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতকালত মানুহে আলু-কবিৰ যিকোনো ব্যঞ্জনৰ সোৱাদ লয় বা এইবিধ পাচলি ঘৰে ঘৰে প্ৰায় বনোৱা হয়। ফুলকবিত ভিটামিন-চি, আঁহ, প্ৰটিন, ফছফৰাছ আদি উপাদান পোৱা যায়, যিয়ে শৰীৰ বাবে অতি উপকাৰী। কিন্তু একাংশ লোকৰ মতে ফুলকবিয়ে গেছ সৃষ্টি কৰে বুলি ভ্ৰান্ত ধাৰণা আছে। সেয়েহে আজি আমি শীতকালত কবি খোৱাটো ছালৰ বাবে কিমান উপকাৰী, তাৰ বিষয়ো জানিম আহক।

 ফুলকবিৰ ভিতৰত অতি কম পৰিমাণৰ কেলৰি পোৱা যায়, যিয়ে আপোনাৰ ওজন নিয়ন্ত্ৰণত সহায় কৰে। ফলত মেদবহুলতা বৃদ্ধি নহয়। ইয়াৰ লগতে কবি সেৱনে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে। শৰীৰৰ বেয়া কলেষ্টেৰল কমোৱাতো ই সহায়ক। বিশেষ কথাটো হ’ল খাদ্যত কবি যিমানেই সুস্বাদু দেখা যায় সিমানেই স্বাস্থ্যৰ বাবেও উপকাৰী।

 চিকিৎসকৰ মতে গৰ্ভৱতী মহিলাৰ বাবে কবিৰ যথেষ্ট উপকাৰ আছে। ইয়াত থকা ফোলেটে কোষ বৃদ্ধিত সহায় কৰে আৰু শিশুৰ বাবে ই অতি প্ৰয়োজনীয়। কবিত ভিটামিন-বি থাকে যিটো গৰ্ভৱতী মহিলাৰ বাবে সহায়ক হ’ব পাৰে। ইয়াৰ লগতে কবি খোৱাৰ ফলত আপোনাৰ দুৰ্বল হাড়বোৰো মজবুত হয়। ই আপোনাৰ হজম শক্তিও ভাল কৰি ৰাখে। সেইবাবেই আপুনি শীতকালত ফুলকবি খাবলৈ নিঃসংকোচে খাব পাৰে। মাত্ৰ এটা কথা মনত ৰাখিব যে ইয়াৰ অত্যধিক পৰিমাণে খালে পেটৰ ক্ষতি কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান