--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰৰ মতে ঘৰত ব্যৱহৃত সকলো বস্তুৰ নিজস্ব গুৰুত্ব আছে। হিন্দুধৰ্মত পূজাৰ সময়ত মাটিৰ বস্তু ব্যৱহাৰ কৰা হয়। যেনে- মাটিৰ চাকি, ভগৱানৰ মূৰ্তি আৰু বাচন আদি। মাটিৰে তৈয়াৰী বস্তুৰ ব্যৱহাৰৰ ওপৰত শাস্ত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে যদি কিছুমান মাটিৰ বস্তু ঘৰত ৰখা হয়, তেন্তে ঘৰত ধনাত্মক শক্তি সঞ্চাৰ হোৱাৰ লগতে আৰ্থিক সমস্যাৰ পৰা মুক্তি দিয়ে। মাটিৰে নিৰ্মিত এইকেইটা বস্তুৰ বিষয়ে জানো আহক।

 মাটিৰ মূৰ্তি-

বাস্তুশাস্ত্ৰত বিশেষকৈ মাটিৰ মূৰ্তিক অতি শুভ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত ঘৰৰ মন্দিৰত মাটিৰে নিৰ্মিত মূৰ্তিহে ৰখা উচিত। কোৱা হয় যে মালক্ষ্মীৰ মাটিৰে নিৰ্মিত মূৰ্তি ঘৰত ৰাখিলে আশীৰ্বাদ প্ৰদান কৰে।

 মাটিৰ চাকি-

হিন্দুধৰ্মত মাটিৰ চাকিৰ যথেষ্ট গুৰুত্ব আছে। কোৱা হয় যে ইয়াৰ অবিহনে কোনো ধৰ্মীয় অনুষ্ঠান সম্পূৰ্ণ নহয়। বৰ্তমানে সকলোৰে ঘৰত প্ৰায়ে ধাতুৰ চাকি ব্যৱহাৰ কৰা হয়। কিন্তু বাস্তুশাস্ত্ৰত কেৱল মাটিৰ চাকিহে শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে ঘৰত মাটিৰ চাকি জ্বলালে ধনাত্মক শক্তিৰ সঞ্চাৰ ঘটে।

 মাটিৰ পাত্ৰ-

গৰমৰ দিনত ঠাণ্ডা পানী খোৱাৰ বাবে মাটিৰ পাত্ৰ ঘৰত ৰখা হয়। স্বাস্থ্যৰ লগতে ইয়াক বাস্তুৰ মতে শুভ বুলিও গণ্য কৰা হয়। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ উত্তৰ দিশত মাটিৰ কলহত পানী ভৰাই ৰাখিলে ঘৰত সুখ-সমৃদ্ধি বিৰাজ কৰে। কিন্তু মনত ৰাখিব যে কলহটো সদায় পানীৰে ভৰি থাকিব লাগে।

 মাটিৰ টাব-

আজিকালি মানুহে ঘৰত প্লাষ্টিক বা চিমেণ্টৰ টাব ব্যৱহাৰ কৰে। কিন্তু বাস্তুত মাটিৰ পাত্ৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। সেয়েহে ইয়াক শুভ বুলি গণ্য কৰা হয়। এনে অৱস্থাত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰি ঘৰত ফুৰগছ ৰোপণ কৰিব লাগে। ইয়াৰ ফলত ঘৰৰ নেতিবাচক শক্তি দূৰ হয় আৰু সুখ-শান্তিয়ে বিৰাজ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক