--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত বহু মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ শীতকালত কিছুমান বস্তু খোৱা উচিত।

এতিয়া যথেষ্ট ঠাণ্ডা পৰিছে আৰু এনে পৰিস্থিতিত বহু লোক বেমাৰৰো সন্মুখীন হৈছে। বহু লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হৈ পৰিছে। চৰ্দি আৰু কাহৰ লগত জড়িত সমস্যাৰ সৃষ্টি হৈছে। ঠাণ্ডাত কেনেকৈ নিজকে ফিট কৰি ৰাখিব পাৰি জানিবলৈ যদি বিচাৰে তেন্তে কিছুমান বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব।

১) নহৰুঃ ঠাণ্ডা বতৰৰ আগমনৰ লগে লগে মানুহে অতি এলেহুৱা অনুভৱ কৰিবলৈ আৰম্ভ কৰে, যাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হৈ পৰে। শৰীৰটোও বৰ ভাগৰুৱা অনুভৱ হয়। এনে পৰিস্থিতিত খাদ্যত নহৰু সেৱন কৰিব লাগে।

২) তুলসীৰ পানীঃ তুলসীৰ পানীও খাব লাগে। এনে কৰিলে আপোনাৰ কাহ আৰু চৰ্দি ভাল হ’ব। ইচ্ছা কৰিলে চাহৰ লগতো মিহলাই খাব পাৰে।

৩) আলমণ্ডঃ মগজু চোকা কৰাৰ বাবে আলমণ্ড অতি উপকাৰী। ঠাণ্ডাত শৰীৰ গৰম কৰি ৰখাৰ বাবে এইবোৰ অতি উপকাৰী।

৪) আমলখিঃ আপুনি দৈনিক আমলখি সেৱন কৰক। চুলি মজবুত কৰি ৰখাৰ বাবে ই অতি উপকাৰী। শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰি তোলে।

৫) মিঠা আলুঃ মিঠা আলু ঠাণ্ডা বতৰত খাব লাগে। ইয়াৰ বাবে আপোনাৰ শৰীৰৰ দুৰ্বলতা নাইকিয়া হৈ যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক