--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এইবাৰ বনানীকৰণৰ লক্ষ্য লৈছে আদানী গ্ৰুপে৷ ২০৩০ৰ ভিতৰত এক ট্ৰিলিয়ন গছপুলি ৰোপণ কৰাৰ বিশ্ব অৰ্থনৈতিক মঞ্চৰ লক্ষ্যৰ অংশ হিচাপে আদানি গ্ৰুপে ইতিমধ্যে ২৯ নিযুত গছ ৰোপণ কৰিছে বুলি গোটটোৰ অধ্যক্ষ গৌতম আদানীয়ে সদৰী কৰে। 

তেওঁলোকৰ লক্ষ্য হৈছে এই দশকৰ শেষৰ ফালে ১০০ নিযুত গছ ৰোপণ কৰা, যাতে এই অভিযানত অৰিহণা যোগোৱা যায়। ইয়াৰ ভিতৰত আদানী গ্ৰুপে ভাৰতৰ উপকূলত ৩৭ নিযুত মেংগ্ৰোভ গছ আৰু ৬৩ নিযুত ‘ইনলেণ্ড ট্ৰী’ ৰোপণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷

আনহাতে, আদানি গ্ৰুপে ২০২৮ৰ ভিতৰত গ্ৰুপটোৰ চিমেণ্ট উৎপাদনৰ ৬০% নৱীকৰণযোগ্য শক্তিৰ উৎসৰ সৈতে শক্তি প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও আদানীয়ে সদৰী কৰে। তেওঁ লগতে কয়, এই উচ্চাভিলাষী লক্ষ্যই আমাক বহনক্ষম চিমেণ্ট উৎপাদনৰ বিশ্বব্যাপী ক্ষেত্ৰত অগ্ৰণী হিচাপে প্ৰতিষ্ঠা কৰিব। গোটটোৰ বিদ্যুৎ বিতৰণ শাখা আদানী ইলেকট্ৰিচিটিয়ে ২০২৭ চনৰ ভিতৰত মুম্বাইক ৬০% নৱীকৰণযোগ্য বিদ্যুৎ প্ৰদান কৰাৰ পথত আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক