--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ে জম্মু–কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বাতিলৰ ৰায় প্ৰদান কৰিব আজি৷ উচ্চতম ন্যায়ালয়ত এই বিষয়টো লৈ চলিছে বিচাৰ৷

কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বাতিলৰ বাবে তৰা হৈছিল গোচৰ৷ ২ জুলাইৰ পৰা সাংবিধানিক বিচাৰপীঠত চলিছিল শুনানি৷ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত বিচাৰপীঠে লৈছিল শুনানি৷ 

৫ ছেপ্টেম্বৰত গোচৰসমূহৰ ৰায়দান স্থগিত ৰখা হৈছিল৷ আজিৰ ৰায়ৰ পাছতে ৰাজ্যখনত পৰিস্থিতি অশান্ত হোৱাৰ আশংকা কৰা হৈছে৷ ইতিমধ্যে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক