--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সঘনাই হ’বলৈ ধৰিছে ভূমিকম্প। এয়া এক উদ্বেগৰ বিষয় হিচাপে বিবেচনা কৰিছে জনসাধাৰণে। আজি পুনৰ ভূমিকম্প অনুভূত হয়। 

এইবাৰ দিল্লীকে ধৰি উত্তৰ ভাৰতৰ একাধিক স্থানত ভূমিকম্পৰ জোকাৰণি অনুভুত হয়। মঙলবাৰে দুপৰীয়া প্ৰায় ১:৩০ বজাত এই ভূমিকম্পই জোকাৰি যায়। জানিব পৰা গৈছে যে এই কম্পন ১০ ছেকেণ্ড ধৰি হৈছিল।

সকাহৰ খবৰ যে এই ভূমিকম্পৰ ফলত এতিয়াও কোনো লোকৰ হতাহতৰ খবৰ পোৱা হোৱা নাই। চণ্ডীগড়, পঞ্জাৱতো এই ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছিল।

প্ৰাথমিক প্ৰতিবেদন অনুসৰি, জম্মু আৰু কাশ্মীৰৰ ডোডা জিলাৰ গান্দোহা ভেলেছা গাঁৱৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত, ভূগৰ্ভৰ ৬ কিলোমিটাৰ গভীৰত আছিল ইয়াৰ উৎপত্তিস্থল।

জম্মু-কাশ্মীৰতো মঙলবাৰে দুপৰীয়া শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হয়। ভূমিকম্পৰ মাত্ৰা আছিল ৰিখটাৰ স্কেলত ৫.৪। এই তথ্য সদৰী কৰিছে ইউৰোপীয় ভূমধ্যসাগৰীয় ভূকম্পবিজ্ঞান কেন্দ্ৰই। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস