--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আৰক্ষী বিষয়া জয়ন্ত দাসে উক্ত জঘন্য কাণ্ডৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিছিল আদালতত। ৰাজ্য কঁপাই যোৱা উক্ত জঘন্য ঘটনাৰ আজিৰ আদালতৰ ৰায়ৰ পিছত উৎফুল্লিত বিভিন্ন দল–সংগঠন। কাৰাদণ্ডৰে দ্বন্দ্বিত লোকজনৰ নাম আমজাদ আলী।ধুবুৰীত শিশু ধৰ্ষণৰ গোচৰত ষাঠিৰোৰ্ধ্বৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ড। ধুবুৰী জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু পকছ’ বিশেষ ন্যায়াধীশ পি কাকতিৰ আদালতৰ এই ৰায়। ধুবুৰী জিলাৰ তামাৰহাটৰ ধুতুৰামাৰী গাঁৱত সংঘটিত হৈছিল এক জঘন্য ধৰ্ষণ কাণ্ড। ষাঠিৰোৰ্ধ্বৰ এজন লোকৰ কামনাৰ বলি হৈছিল ৮ বছৰীয়া এটি কন্যা শিশু।

ধুবুৰীত শিশু ধৰ্ষণৰ গোচৰত ষাঠিৰোৰ্ধ্বৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ড। ধুবুৰী জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশ আৰু পকছ’ বিশেষ ন্যায়াধীশ পি কাকতিৰ আদালতৰ এই ৰায়। ধুবুৰী জিলাৰ তামাৰহাটৰ ধুতুৰামাৰী গাঁৱত সংঘটিত হৈছিল এক জঘন্য ধৰ্ষণ কাণ্ড। ষাঠিৰোৰ্ধ্বৰ এজন লোকৰ কামনাৰ বলি হৈছিল ৮ বছৰীয়া এটি কন্যা শিশু।

সেই সময়ৰ তামাৰহাট থানাৰ আৰক্ষী বিষয়া জয়ন্ত দাসে উক্ত জঘন্য কাণ্ডৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিছিল আদালতত। ৰাজ্য কঁপাই যোৱা উক্ত জঘন্য ঘটনাৰ আজিৰ আদালতৰ ৰায়ৰ পিছত উৎফুল্লিত বিভিন্ন দল–সংগঠন। কাৰাদণ্ডৰে দ্বন্দ্বিত লোকজনৰ নাম আমজাদ আলী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক