--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জীৱনৰ জটিল সময়ত শিখৰ ধাৱানক অকলশৰীয়া হ’বলৈ দিয়া নাই তেওঁৰ অনুৰাগীয়ে৷

পত্নী আঁতৰি গ’লেও ধাৱানক মানসিকভাৱে শক্তিশালী কৰি ৰাখিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিছে তেওঁৰ শুভাকাংক্ষীসকলে৷ 

ছ’চিয়েল মিডিয়াত ধাৱানৰ সমৰ্থকসকলে ক্ৰিকেটাৰজনৰ প্ৰতি অভূতপূৰ্ব সমৰ্থনৰ সৈতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ শিখৰ ধাৱানক ৪ অক্টোবৰত দিল্লীৰ এখন আদালতে তেওঁৰ পত্নী আশা মুখাৰ্জীৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগত বিবাহ বিচ্ছেদ প্ৰদান কৰে৷ কিন্তু, এই ঘটনাৰ পাছতেই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ পৰা তাৎক্ষণিকভাৱে প্ৰশংসা লাভ কৰিছে ক্ৰিকেটাৰগৰাকীয়ে।

আদালতে অৱগত হৈছিল যে মুখাৰ্জীয়ে ধাৱানক নিৰন্তৰ আৰু মানসিক নিৰ্যাতনৰ চলাইছিল, যাৰ ফলত তেওঁ যথেষ্ট বেদনা আৰু কষ্ট পাইছিল। আদালতে এইটোও বিচাৰি পাইছিল যে মুখাৰ্জীয়ে ধাৱানৰ বিৰুদ্ধে মিছা আৰু তুচ্ছ অভিযোগ উত্থাপন কৰিছিল, যাৰ ফলত ধাৱানৰ মান হানি হৈছিল। 

ধাৱানে কৈছে যে বিবাহ বিচ্ছেদ প্ৰক্ৰিয়া শেষ হোৱাৰ বাবে তেওঁ সকাহ পাইছে আৰু তেওঁ নিজৰ জীৱনৰ সৈতে আগবাঢ়িব খোজে।
ব্যক্তিগত জীৱনত তেওঁ সন্মুখীন হোৱা প্ৰত্যাহ্বান সত্ত্বেও ধাৱানক তেওঁৰ লাখ লাখ অনুৰাগীয়ে হাঁহি হেৰুৱাবলৈ নিদিলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ