--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ছাত্ৰৰ আত্মহত্যা। ছাত্ৰগৰাকীৰ সৈতে এগৰাকী শিক্ষয়িত্ৰীৰ প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰেমত বিচ্ছেদ ঘটাৰ বাবেই আত্মহত্যা কৰে ১৭ বছৰীয়া ছাত্ৰজনে। এই ঘটনা সংঘটিত হৈছে তামিলনাডুত। 

তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত আম্বাটুৰৰ এখন চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ত কৰ্মৰত শিক্ষয়িত্ৰী এগৰাকীৰ দশম শ্ৰেণীত পঢ়ি থকা এজন ছাত্ৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। তিনি বছৰ ধৰি তেওঁ ল’ৰাজনক পঢ়াই আছিল।

শিক্ষয়িত্ৰীগৰাকীয়ে অন্য এজন যুৱকৰ সৈতে এংগেজমেণ্ট কৰাৰ পাছত ছাত্ৰজনৰ সৈতে সম্পৰ্ক শেষ কৰিছিল। ছাত্ৰজন এই কথাত মানসিকভাৱে ভাগি পৰিছিল। 

ল’ৰাজনে আত্মহত্যা কৰাত, ইয়াৰ আঁৰত বিশেষ কিবা এটা কাৰণ আছে বুলি মাতৃয়ে সন্দেহ কৰিছিল। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাত শিক্ষয়িত্ৰীগৰাকীৰ ফোনত ল’ৰাজনৰ সৈতে থকা ফটো উদ্ধাৰ কৰা হয়। 

শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰগৰাকীৰ সৈতে থকা সম্পৰ্কৰ কথা স্বীকাৰ কৰে। ইয়াৰ পাছতেই শিক্ষয়িত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 

POCSO আইনৰ অধীনত শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক