--°C
Loading...
Listen to Article
2 min read
80%
জ্যেষ্ঠ নেতাসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকৰ শেষত উদ্ধৱ থাকৰেই বিৰুদ্ধাচৰণ কৰা বিধায়কসকলক চৌবিশ ঘন্টাৰ চৰমসীমা বান্ধি দিয়ে ৷ ইফালে একনাথ সিন্ধে দাবী কৰে যে তেওঁৰ সমৰ্থনত প্ৰায় পঞ্চাশজন বিধায়ক আছে ৷ তাৰ মাজৰে চল্লিশজন শিৱসেনাৰ আৰু বাকী বাৰজন নিৰ্দলীয় বুলি তেখেতে জনায়। সিন্ধেৰ এই দাবীয়ে মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙাটো প্ৰায় নিশ্চিত  কৰিছে । প্ৰায়সংখ্যক বিধায়কে মুকলিকৈয়ে সিন্ধেৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ৷ মহাৰাষ্ট্ৰত শিৱসেনাৰ ৫৫জন বিধায়ক থকাৰ পিছতো কালিৰ দলীয় বৈঠকত মাথো ১৩জন বিধায়কহে উপস্থিত থাকে ৷ 

ইফালে শেহতীয়াকৈ পোৱা খবৰ অনুসৰি শিৱসেনাৰ বিদ্ৰোহী মন্ত্ৰী একনাথ সিন্ধে ৰেডিচন ব্লু হোটেল এৰি মুম্বাইলৈ ৰাওনা হৈছে ৷ তাত তেওঁ ডেপুটী স্পীকাৰ নৰহৰি সীতাৰাম জিৰৱালৰ সৈতে এখন বৈঠকত মিলিত হ’ব ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ এখন পত্ৰৰ পিছতেই   একনাথ সিন্ধে অসম এৰা বুলি জানিব পৰা গৈছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি