--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশুৰ খোজ কঢ়া, বহা, খোৱা, দাঁত ওলোৱা আদিৰ এটা নিৰ্দিষ্ট সময় থাকে। কিন্তু এইবোৰ আগতীয়াকৈ বা পলমকৈ ঘটিলে ভৱিষ্যতৰ সন্দৰ্ভত কিছু শুভ বা অশুভ লক্ষণ পোৱা যায়। সাধাৰণতে শিশুৰ প্ৰথম দাঁত ৬ মাহ বয়সত গজিবলৈ আৰম্ভ কৰে। জ্যোতিষশাস্ত্ৰত দাঁত ওলোৱাৰ প্ৰক্ৰিয়াটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। শিশুৰ দাঁত ওলোৱাটো কোন মাহত শুভ আৰু কেতিয়া অশুভ হয় জানো আহক।

কিছুমান কেঁচুৱাই জন্মতেই দাঁত লৈ জন্ম হয়। যদি এনে শিশু জন্ম হয় তেন্তে এয়া পিতৃ-মাতৃৰ বাবে অতি বেদনাদায়ক বুলি চিহ্নিত হয়। কেৱল এয়াই নহয় পিতৃ-মাতৃ দুয়োৰে স্বাস্থ্যৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে।

সাধাৰণতে শিশুৰ তলৰ দাঁতবোৰেই প্ৰথমে গজে। কিন্তু কেতিয়াবা যদি ওপৰৰ দাঁতবোৰ প্ৰথমে গজে তেন্তে ইয়াক শুভ বুলি গণ্য কৰা নহয়। শিশুৰ মাতৃৰ ফালৰ বাবে ই শুভ নহয় বুলি কোৱা হয়।

কোন মাহত দাঁত গজিলে শুভ বুলি গণ্য কৰা হয়?

জ্যোতিষশাস্ত্ৰৰ মতে জন্মৰ প্ৰথম মাহত দাঁত ওলোৱাটো শুভ নহয়। এনে সন্তানে নিজেই জীৱনত বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় বুলি বিশ্বাস কৰা হয়।

দ্বিতীয় মাহত দাঁত ওলালে শিশুটিৰ ভাই-ভনীৰ কষ্ট হয়।

তৃতীয় মাহতো দাঁত ওলোৱাটো শুভ বুলি গণ্য কৰা নহয়। 

জ্যোতিষশাস্ত্ৰ অনুসৰি চতুৰ্থ মাহত দাঁত ওলোৱাটো শিশুটিৰ পিতৃ-মাতৃৰ বাবে শুভ নহয়। 

পঞ্চম মাহত দাঁত গজিলে শিশুটিৰ জ্যেষ্ঠ ভাতৃৰ বাবে শুভ নহয়।

ষষ্ঠ মাহত দাঁত গজিলে শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত পৰিয়ালৰ আৰ্থিক অৱস্থা উন্নত হয়। 

সপ্তম মাহত দাঁত ওলোৱাটো পিতৃৰ বাবে শুভ বুলি গণ্য কৰা হয়।

অষ্টম মাহত শিশুৰ দাঁত ওলোৱাটো মোমায়েকৰ বাবে বেদনাদায়ক। 

নৱম মাহত দাঁত গজিলেও শুভ বুলি গণ্য কৰা হয়। 

দশম মাহত দাঁত ওলালে শিশুৱে জীৱনত সুখ পায়।

এঘাৰ মাহত দাঁত ওলালে শিশুটিৰ জীৱনত সুখ-শান্তি থাকে। 

বাৰ মাহত দাঁত গজিলে শিশুটিৰ জীৱনটো ধন-সম্পত্তি আৰু খাদ্যৰে ভৰি পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হানীমুনত বাৰ্বিকিউৰ জুইত দগ্ধ নৱবিবাহিতা; দুমাহ জীৱন-মৃত্যুৰে যুঁজি অৱশেষত শেষ নিঃশ্বাস ত্যাগ
অসমৰ পৰা হেৰাই যাবলৈ ধৰিছে ‘গঙা চিলনী’
ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ বাবে জাপানে ব্যৱহাৰ কৰিব ভাৰতৰ ফায়াৰিং ৰেঞ্জ, দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য
ভাৰতৰ সেউজ শক্তিত ৭০০ কোটি ডলাৰ বিনিয়োগ কৰিব এমাজনে
উখল মাখল নলবাৰী; তেৰদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ২৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱ
কেৱল মৌখিক নির্দেশত দিয়া নিযুক্তিত কৰ্মচাৰীয়ে লাভ নকৰে পেঞ্চনকে ধৰি অন্যান্য অৱসৰকালীন সা-সুবিধা: গুৱাহাটী উচ্চ ন্যায়ালয়
আজি মুম্বাইত উপস্থিত হ’ব ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেট; দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক
ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
২০০ মেগাৱাট বিদ্যুৎ পৰিবহণৰ লক্ষ্যৰে নির্মাণ হ’ব ভাৰত-ছিংগাপুৰ বিদ্যুৎ পৰিবাহী কৰিড’ৰ
অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন
বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত
চুৰিৰ উদ্দেশ্যে ঘৰত সোমাই পতি-পত্নীক হত্যা; ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনাই কঁপাইছে কনৌজ