--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত পৰিয়ালৰ সদস্যৰ মৃত্যুৰ পাছত ঘৰতে গৰুড় পুৰাণ পাঠ কৰা হয়। গৰুড় পুৰাণক মহাপুৰাণৰ মৰ্যাদা দিয়া হৈছে। ইয়াত জন্ম, মৃত্যু, পুনৰ্জন্ম, কৰ্মৰ ফল, মৃত্যুৰ পিছত আত্মাৰ যাত্ৰাৰ বিষয়ে গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে। ইয়াত স্বৰ্গ আৰু নৰকৰ বিষয়েও কোৱা হৈছে, এজন ব্যক্তিয়ে নিজৰ কৰ্মৰ ভিত্তিত মৃত্যুৰ পিছত কেনেধৰণৰ দুখ-কষ্ট বা সুখৰ সন্মুখীন হ’বলগীয়া হয় সেইবিষয়ে উল্লেখ আছে। প্ৰাপ্তবয়স্কৰ বাহিৰেও গৰুড় পুৰাণত শিশুৰ মৃত্যু আৰু শিশুৰ আত্মা সম্পৰ্কীয় অতি গুৰুত্বপূৰ্ণ তথ্য দিয়া হৈছে।

শিশুৰ আত্মা পোনে পোনে স্বৰ্গলৈ যায়
  
গৰুড় পুৰাণৰ মতে প্ৰাপ্তবয়স্কৰ মৃত্যুৰ পিছত তেওঁৰ আত্মা হয় স্বৰ্গ বা নৰকলৈ যায় নহয় মুক্তি নাপায় পৃথিৱীতে অতৃপ্ত হৈ ঘূৰি ফুৰে। ব্যক্তিজনৰ কৰ্মৰ ভিত্তিত তেওঁৰ আত্মাই উপযুক্ত ব্যৱহাৰ লাভ কৰে। যদি তেওঁ বেয়া কাম কৰিছে তেন্তে তেওঁ অতি বেদনাদায়ক মৃত্যু পায় আৰু আত্মাইও বহুত কষ্ট ভোগ কৰিবলগীয়া হয়। আনহাতে, ভাল কাম কৰা ব্যক্তিয়ে সহজ মৃত্যু পায় আৰু তেওঁৰ আত্মাই স্বৰ্গত স্থান লাভ কৰে। আনহাতে শিশুৰ মৃত্যু হ’লে তেওঁৰ আত্মা মৃত্যু পোনে পোনে স্বৰ্গলৈ যায়।

১৫ বছৰৰ তলৰ সকলো ল’ৰা-ছোৱালী স্বৰ্গলৈ যায়

গৰুড় পুৰাণৰ মতে ১৫ বছৰতকৈও কম বয়সত মৃত্যু হ’লে সেই আত্মা পোনে পোনে স্বৰ্গলৈ যায়। ১৫ বছৰৰ তলৰ ল’ৰা-ছোৱালীক শিশুৰ শ্ৰেণীত গণ্য কৰা হয়। এই বয়সৰ সকলো আত্মাই স্বৰ্গত স্থান পায়। শিশু নিস্পাপ থাকে আৰু স্বয়ং ভগৱান বিষ্ণুৱে শিশুৰ আত্মাৰ বাবে পোনপটীয়াকৈ স্বৰ্গৰ দুৱাৰ মুকলি কৰি ৰাখে। সেইবাবেই ল’ৰা-ছোৱালীয়ে নিজৰ কৰ্মৰ ভিত্তিত নহয় বয়সৰ ভিত্তিত স্বৰ্গত স্থান পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’