--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ডুৰাণ্ড কাপত প্ৰথমবাৰৰ বাবে খেলি ফাইনেলত উপনীত হৈ ইতিহাস গঢ়িলে ডায়মণ্ড হার্বাৰে।

ডিজিটেল ডেস্ক : ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে ডায়মণ্ড হাৰবাৰৰ বিৰুদ্ধে খেলিব।


বুধবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ডায়মণ্ড হাৰ্বাৰ এফ চিয়ে আন এক অঘটন ঘটাই আই এছ এলৰ দল তথা ডুৰাণ্ড কাপৰ প্ৰাক্তন চেম্পিয়ন ইষ্ট বেংগল এফ চিক ২-১ গ'লত পৰাস্ত কৰে।


উল্লেখযোগ্য যে প্রতিযোগিতাত প্ৰথমবাৰৰ বাবে খেলি ফাইনেলত উপনীত হৈ ইতিহাস গঢ়িলে ডায়মণ্ড হার্বাৰে। ডায়মণ্ড হাৰ্বাৰৰ হৈ গ'ল দুটা দিয়ে ক্রমে ক'ৰ্টাজাৰ আৰু জ'বিয়ে। ইষ্ট বেংগলৰ হৈ আনোৱাৰে এটা গ'ল পৰিশোধ কৰে। প্ৰতিযোগিতাৰ ফাইনেলখন ২৩ আগষ্টত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত হ'ব।




উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ