--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মাৰোৱাৰী সমাজে আঁকোৱালি ল'লে গুৰুদুজনাৰ আধ্যাত্মিক চিন্তা চেতনাক।বিগত বছৰসমূহৰ দৰে পৰিয়ালটোৱে চলিত বছৰত আয়োজন কৰিছে অবিৰত ভাগৱত পাঠ অনুষ্ঠান।

ডিজিটেল ডেস্কঃ  শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ দিনটোতেই শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন ।


মাৰোৱাৰী সমাজে আঁকোৱালি ল'লে গুৰুদুজনাৰ আধ্যাত্মিক চিন্তা চেতনাক। শিৱসাগৰত বিগত ৪৬ টা বছৰে বসবাস কৰি অহা নন্দ কিশোৰ ঝাৱৰৰ পৰিয়ালটোৱে প্ৰতিবছৰে আয়োজন কৰি আহিছে এদিনীয়াকৈ ভাগৱত পাঠ অনুষ্ঠান ।


বিগত বছৰসমূহৰ দৰে পৰিয়ালটোৱে চলিত বছৰত আয়োজন কৰিছে অবিৰত ভাগৱত পাঠ অনুষ্ঠান।


সম্পূৰ্ণ আধ্যাত্মিক নীতি-নিয়মেৰে পৰিয়ালটোৱে আয়োজন কৰা অবিৰত ভাগৱত পাঠ অনুষ্ঠানৰ প্ৰতিজন অসমীয়াক গৰ্বিত কৰি তুলিব ।


মাৰোৱাৰী সম্প্ৰদায়ৰ হলেও পৰিয়ালটোৱে গুৰুদুজনাৰ ধৰ্মীয় দৰ্শন আৰু আধ্যাত্মিক চিন্তা চেতনাক আঁকোৱালি লোৱা বিষয়টোক সকলোৱে প্ৰশংসা কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ