--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত অতি জনপ্ৰিয় যমজ ভগ্নী আন্না আৰু লুচি। আন্না আৰু লুচিৰ চেহেৰাৰ হুবহু মিল আছে। দুয়ো সদায় একে ষ্টাইলত থাকে আৰু একে সাজপাৰ পৰিধান কৰে। আন্না আৰু লুচিয়ে শোৱা, খোৱা, বহা, ফুৰা আদি সকলোবোৰ একেলগে কৰে। দুয়ো ভগ্নী একে জীৱনশৈলীৰ বাবে সদায় চৰ্চাত থাকে। পাছে এইবাৰ বিশেষ এটা কাৰণতহে আন্না আৰু লুচিয়ে শিৰোনাম দখল কৰে। এই যমজ ভগ্নীয়ে একেজন পুৰুষকে বিয়া পাতিবলৈ ওলাইছে।
Meet the VERY close sisters who share beds, underwear, and even boyfriends  - DUK News
 আন্না আৰু লুচিৰ বয়স ৩৭ বছৰ। দুয়ো অষ্ট্ৰেলিয়াৰ পাৰ্থত বাস কৰে।আগতে তেওঁলোকৰ প্ৰেমিক বেলেগ বেলেগ আছিল, কিন্তু যোৱা কেইমাহমানৰ পৰা বেন বায়ন নামৰ এজন ব্যক্তিৰ লগত প্ৰেমৰ সম্পৰ্কত আছে আন্না আৰু লুচি। 

দুয়ো সদায় একে ৰঙৰ আৰু একে ধৰণৰ কাপোৰ পিন্ধে। দুয়ো একে মেকআপ, ফেশ্বন আৰু ষ্টাইললৈকে মিলাই লয়। এতিয়া সময় এনে আহি পৰিল যে দুয়ো আনকি একেজন পুৰুষকে স্বামী কৰি আদৰিবলৈ প্ৰস্তুত হৈছে আৰু একেসময়তে সন্তানৰ মাতৃ হোৱাৰ পৰিকল্পনা কৰিছে।
World's most identical twins' celebrate birthday with man trying to get  them both pregnant - Daily Record
আন্না আৰু লুচিয়ে কয় যে তেওঁলোকে সদায় সকলো একেলগে শ্বেয়াৰ কৰে আৰু কেতিয়াও পৃথক হ’ব নোৱাৰে। সেয়ে দুয়ো বেন বায়নৰ সৈতে একলেগে এংগেজমেণ্ট কৰিছে।  আন্নাই এক সাক্ষাৎকাৰত কয় যে বহুতে হয়তো ভাবিব পাৰে যে একেজন স্বামীক শ্বেয়াৰ কৰাটো অগতানুগতিক আৰু ভুল, কিন্তু আমাৰ দুই ভগ্নীৰ হাতত আন কোনো বিকল্প নাই।
Australian twins want to marry and get pregnant by the same man! - Oyeyeah
একেলগে দুই যমজ ভগ্নীক বিয়া পাতিবলৈ সাজু হৈ উঠা বেন বায়নো সুখী হৈ উঠিছে। তেওঁ আশা কৰিছে তিনিওজনে গোটেই জীৱন অতি সুখে-শান্তিৰে কটাব পাৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত