--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংকটকালত অসমৰ কাষত থিয় হৈছে ভাৰতৰ প্ৰখ্যাত চিনেমা পৰিচালক ৰোহিত চেট্টী আৰু অভিনেতা অৰ্জুন কাপুৰ৷ অসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইদুগৰাকী বলীউড তাৰকাই অসমক প্ৰদান কৰি অৰ্থসাহায্য৷

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বান সাহায্যৰ অৱদানৰ বাবে অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। সংকটৰ সময়ত আগবঢ়োৱা সহায়ৰ বাবে দুয়োকে ধন্যবাদ জনাই অসমৰ মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই কালি টুইট কৰিছে৷

অসমবাসীৰ হৈ অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত চেট্টীক বানপীড়িত লোকসকলৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ টকাৰ বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী শৰ্মাই দুয়োকে তেওঁলোকৰ উদাৰতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

এএনআইৰ মতে, চৌবিশ ঘণ্টাত অসমত প্ৰচণ্ড বানৰ ফলত প্ৰায় চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে। বানে ৰাজ্যখনৰ ২৫খন জিলাৰ প্ৰায় ১১.০৯ লাখ লোকক প্ৰভাৱিত কৰিছে। ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, ৭২টা ৰাজহ চক্ৰৰ অধীনৰ ১৫১০খন গাঁও ১৯৭৮২.৮০ হেক্টৰ শস্যভূমিৰ সৈতে পানীত ডুবি আছে। 

ৰাজ্যখনৰ বিভিন্ন জিলাত বান পানী আৰু ভূমিস্খলনৰ পিছত, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ১৮ জুনলৈকে কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ