--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ কেবিনেটে বৃহস্পতিবাৰে ৰাজ্যজুৰি সকলো ক’ভিড-১৯ নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ যি ২ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। ৰাজ্যখনত ক'ভিড-১৯ৰ সংক্ৰমণৰ হাৰ তীব্ৰ হ্ৰাস হোৱাৰ ফলত আৰু কেন্দ্ৰৰ দ্বাৰা দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ব্যৱস্থাসমূহ প্ৰত্যাহাৰ কৰাৰ মাজতে এই শিথিলতা প্ৰদান কৰা হৈছে।

ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে কয় যে, মুখ্যমন্ত্ৰী আৰু কেবিনেটে সিদ্ধান্ত লৈছে যে ২ এপ্ৰিলৰ পৰা, মহামাৰী আইন আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন প্ৰত্যাহাৰ কৰা হ'ব। মহাৰাষ্ট্ৰ চৰকাৰে মুম্বাইৰ স্থানীয় ৰে'লত ভ্ৰমণ কৰা লোকসকলৰ বাবে মাস্ক পৰিধান কৰা আৰু দুবাৰ টিকাকৰণ বাধ্যতামূলকভাৱে আঁতৰ কৰাৰ সিদ্ধান্ত লৈছে।

স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে লগতে কৈছিল যে, কেৱল বাধ্যবাধকতা প্ৰত্যাহাৰ কৰাৰ অৰ্থ এইটো নহয় যে মানুহে সাৱধানতা অৱলম্বন কৰিব নালাগে। সাৱধানতাৰ মাজেৰে সকলোৰে সহযোগিতাৰে ক’ভিডৰ সকলো নিষেধাজ্ঞা উঠাই লোৱা হৈছে বুলি ব্যক্ত কৰে মন্ত্ৰীজনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ