--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি আপোনাৰ সন্তানৰ খোৱা-বোৱাক লৈ চিন্তিত নেকি! সন্তানৰ বিদ্যালয়ৰ দৈনন্দিন টিফিনৰ বাবে লৈ আহিছোঁ এনে এটা ব্যঞ্জন যিবিধ ব্যঞ্জন খাই সন্তানে সোৱাদ আৰু পুষ্টি দুয়োটাই লাভ কৰিব৷

প্ৰথমে অলপ আটা  পৰঠাৰ বাবে লৈ লওঁক,তাৰ পৰা প্ৰস্তুত কৰক এটা মিশ্ৰণ৷ দুটা সৰু জোখৰ পিয়াঁজ লওঁক,লগতে আপোনাৰ সন্তানৰ অপচন্দ বা পচন্দৰ পাচলি সৰু সৰুকৈ কাটি লওঁক৷লগত অলপ পনীৰ বা কণী ভাজি লওঁক৷তাৰপৰা পৰঠাৰ ভিতৰত সেইখিনি ভৰাই পৰঠাখন ভাজি লওঁক৷

 এতিয়া পৰঠাখন দুটা ভাগত বিভক্ত কৰি সন্তানৰ টিফিনত দিয়ক।যদি আপুনি বিচাৰে তেন্তে পৰঠাখনত মাইঅ’নিজ, চিলি চ’চ অথবা ঘৰত নিৰ্মিত পদিনা, নৰসিংহ অথবা ধনীয়াৰ চাটনি সংযোগ কৰক৷তদুপৰি আপোনাৰ ওচৰত যদি আগদিনা ৰন্ধন কৰা শুকান হাড়বিহীন মাংস আছে তেন্ত সেই মাংসখিনিও আপুনি পৰঠাখনত সংযোগ কৰিব পাৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস