--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৈ খায় সকলোৱে ভালপায়। দৈ অতি পুষ্টিকৰ খাদ্য। দৈ কেনেদৰে প্ৰস্তুত কৰিলে সোৱাদযুক্ত হয় জানি লওক।

১) যদি দৈ বজাৰৰ হয়, তেন্তে দ্বিতীয় দিনাই যে টেঙা নহ’ব তাৰ কোনো নিশ্চয়তা নাই। কিন্তু, যদি আপুনি ঘৰতে দৈ বনায়, তেন্তে সঠিকভাৱে চেট কৰা উচিত। প্ৰথমতে মনত ৰাখিব লাগিব যে দৈ বনাবলৈ সম্পূৰ্ণ ক্ৰীম গাখীৰ ব্যৱহাৰ কৰক

২) দ্বিতীয়টো গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি দৈ কেৱল মাটিৰ পাত্ৰত ৰাখক। গ্ৰীষ্মকালত মাটিৰ পাত্ৰত দৈ ৰাখিলে টেঙা নহয়। দৈ চেট কৰিবলৈ গাখীৰ ভালদৰে উতলাই লওক। ইয়াৰ পিছত তাত আধা চামুচ দৈ দি ভালদৰে মিহলাই লওক। তাৰ পিছত মাটিৰ পাত্ৰ এটাত চাৰিওফালে দৈ লগাই তাৰ পিছত তাত গৰম গাখীৰ ঢালি দিয়ক। গাখীৰ দিয়াৰ পিছত বাচনটো লৰচৰ নকৰাকৈ প্লেট এখনেৰে ঢাকি দিব।

৩) দৈ প্ৰস্তুত কৰাৰ সৰ্বোত্তম সময় হ’ল সন্ধিয়া ৫ৰ পৰা ৬ বজাৰ ভিতৰত। গৰমত দৈ সোনকালে কঠিন হৈ পৰে। যদি আপুনি দৈ ছেট কৰাৰ প্ৰক্ৰিয়াটো সন্ধিয়া ৬ বজাত সম্পূৰ্ণ কৰে, তেন্তে ৰাতি ১০ৰ পৰা ১১ বজাৰ ভিতৰত আপুনি দৈ প্ৰস্তুত হোৱা দেখিবলৈ পাব কিন্তু লগে লগে ব্যৱহাৰ নকৰিব। দৈ ব্যৱহাৰ নকৰাকৈ ফ্ৰীজত ৰাখিব। ৰাতিপুৱা অতি ডাঠ আৰু মিঠা দৈ খাবলৈ পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ