--°C
Loading...
Listen to Article
2 min read
80%


২৯ নৱেম্বৰ ২০২৩, বুধবাৰ

মেষ- এলেহুৱা স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হ'ব পাৰে। খৰচৰ মাত্ৰা বৃদ্ধি হ’ব। কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব। শুভ সংখ্যা ৬,শুভ ৰং ৰঙা।

বৃষ- আপোনাৰ ব্যৱহাৰে আনক আকৃষ্ট কৰিব। আত্মবিশ্বাস বৰ্তি থাকিব। বিবাহৰ প্ৰাৰ্থী সকলৰ বাবে ভাল খবৰ আহিব। শুভ সংখ্যা ২,শুভ ৰং আকাশী।

মিথুন- বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক ভাল হ’ব। ব্যৱসায়ত ধন বিনিয়োগ কৰিলে লাভৰ সন্মুখীন হ’ব।শুভ সংখ্যা ৫,শুভ ৰং মেৰুণ।

কৰ্কট- আপোনাৰ ব্যক্তিগত ভাৱনা বা কোনো গোপনীয় কথা আজি কাকো নক’ব। বদ অভ্যাস এৰাই চলিব। প্ৰেমত শুভ। শুভ সংখ্যা ৯,শুভ ৰং বগা।

সিংহ- অসহায় মানুহক সহায় কৰক। মনত শান্তি লাভ কৰিব। হাতলৈ হঠাতে ধনৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীৰ বাবে চিন্তা বাঢ়িব। শুভ সংখ্যা ১,শুভ ৰং হালধীয়া।

কন্যা- আপোনাৰ কামক গুৰুত্ব সহকাৰে লওক । আপোনাৰ কামৰ অধিকাৰ আন কোনোবাই ল’ব পাৰে। আলহী আহিব।শুভ সংখ্যা ৭, শুভ ৰং গুলপীয়া।

তুলা- ওচৰ-চুবুৰীয়াৰ সৈতে সাৱধানে থাকিব। কন্দল হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালক সময় দিলে দিনটো ভালদৰে পাৰ হ’ব। শুভ সংখ্যা ৩,শুভ ৰং সোণালী।

বৃশ্চিক- দিনটোত খং কমাই কৰিব। খং উঠি থাকিলে হঠাতে কাকো একো নক’ব। বিশেষ কিছুমান লাভৰ ইংগিত আছে। প্ৰেমত সাৱধান হ’ব। শুভ সংখ্যা ৮ ,শুভ ৰং ৰূপালী।

ধনু- আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ’ব ।পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পুৰণি বন্ধুক লগ পাব পাৰে। শুভ সংখ্যা ৬, শুভ ৰং মুগা।

মকৰ- দিনটো সুখেৰে ভৰা হ’ব। ভাবি থকা বহু দিনৰ মনৰ বাঞ্চা পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সচেতন হৈ থাকিব। শুভ সংখ্যা ৩, শুভ ৰং কমলা।

কুম্ভ- ভাবি-চিন্তিহে মন্তব্য কৰিব। প্ৰশংসা শুনিলেও লুকাই থকা শত্ৰুবোৰক চিনি পাব। সকলো কামত পৰিয়ালৰ সমৰ্থন নাপাব। শুভ সংখ্যা ৭ , শুভ ৰং বগা।

মীন- পৰিয়ালত শান্তি। কোনো লোকক আৰ্থিক সহায় কৰিলে আপোনাৰ আৰ্থিক অৱস্থাও দুৰ্বল হ’ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত পইচাকলৈ কাজিয়া হ’ব পাৰে । শুভ সংখ্যা ১ ,শুভ ৰং নীলা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ