--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ এটা বৃদ্ধাশ্ৰমত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কমেও ২০ গৰাকী লোক  মৃত্যুমুখত পৰিছে। ঘটনাটো শুক্ৰবাৰে মাজনিশা চাইবেৰিয়াৰ চহৰ কেমেৰোভোত সংঘটিত হৈছে। জুই লগাৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীলৈ যায় আৰু জুই নুমাবলৈ চেষ্টা কৰে। 

অগ্নিনিৰ্বাপক বাহিনীয়ে কয়  যে জুই এনেদৰে বিয়পি পৰিছিল যে ভৱনটোৰ দ্বিতীয় মহলাটো সম্পূৰ্ণৰূপে জ্বলি নিঃশেষ হৈ যায়।  অগ্নিনিৰ্বাপক বাহিনীয়ে কেই ঘণ্টামানৰ ভিতৰত  পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। 

অগ্নি নিৰ্বাপক বাহিনীৰ সূত্ৰ অনুসৰি ৰাছিয়াত বৃদ্ধসকলৰ বাবে বহু বৃদ্ধাশ্ৰম আছে। তেনে বৃদ্ধাশ্ৰমৰ ভিতৰৰে বহুতৰে   সঠিক নথিপত্ৰ নাই।কাগজে-পত্ৰই  তেনে  ঘৰবোৰক ব্যক্তিগত সম্পত্তি হিচাপেহে দেখুওৱা হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ