--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ফাইনেলৰ উত্তেজনাভৰা মেচখনত ৪৭ ৰাণতে ইনিংছ সামৰিলে ৰোহিত শৰ্মাই৷ ২০১১ৰ বিশ্বকাপত ভাৰতীয় দলত বঞ্চিত হোৱাৰ পাছত ৰোহিত শৰ্মাই অধিনায়ক হিচাপে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত হৈছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এঘড়ী যুঁজাৰ বাবে। এইবাৰৰ বিশ্বকাপ ৰোহিতৰ বাবে আছিল এটা আৱেগিক মুহূৰ্ত৷ 

ফাইনেল আৰম্ভ হোৱাৰ পূৰ্বে টছ কৰাৰ সময়ত ভাৰতৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ সৈতে কথা পাতি ৰোহিতে স্বীকাৰ কৰে যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত নেতৃত্ব দিয়াটো তেওঁৰ বাবে এটা সপোন সঁচা হোৱা মুহূৰ্ত আছিল।
টছত জিকিলে তেওঁ কি কৰিলেহেঁতেন বুলি সোধাত ৰোহিতে কয় যে তেওঁ বেটিং কৰাৰ সিদ্ধান্ত ল’লেহেঁতেন।

২০১১ চনৰ পৰা ২০২৩ চনলৈ শাস্ত্ৰীয়ে তেওঁৰ যাত্ৰাৰ বিষয়ে সোধাত ৰোহিতে স্বীকাৰ কৰে যে তেওঁৰ সপোন সঁচা হৈছে৷ ৰোহিতে কয়, ফাইনেলত দলটোৰ অধিনায়ক হোৱাটো এটা সপোন। মই জানো আমাৰ সন্মুখত কি আছে। আমি ভাল খেলিব লাগিব আৰু ফলাফল পাব লাগিব। খেলপথাৰত সঠিক সিদ্ধান্ত ল'ব লাগিব। এইটো আমি যোৱা ১০খন খেলত ধাৰাবাহিকভাৱে কৰি আহিছোঁ। আমি একেটা দলতে খেলি আছোঁ৷

ইয়াৰ পূৰ্বে কামিন্সে অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছেমি ফাইনেলৰ দৰে একে দলৰ সৈতে খেলি আছে বুলি উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক