--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সপোন কেৱল নিশা দেখা কাল্পনিক ছবি নহয়, ইয়াৰ বহু অৰ্থও থাকে। প্ৰতিটো সপোনতে ভৱিষ্যতৰ বেলেগ বেলেগ ইংগিত দিব পাৰে। আনহাতে কিছুমানে বেয়া পৰিঘটনাৰ বিষয়ে সতৰ্ক কৰি দিয়ে। বহু সময়ত মানুহে নিশ্চয় সপোনত সাপ দেখিছে। সেয়েহে আজি আমি সপোনত সাপ দেখাৰ বিষয়ে কিছু তথ্য জানিম আহক।

১. সাপ হত্যাঃ-যদি সপোনত সাপ হত্যা কৰা দেখা পায় বা সপোনত মৃত সাপ দেখা পায় তেন্তে ইয়াৰ অৰ্থ হ’ল-অতি সোনকালে আপোনাৰ জীৱনৰ সকলো বিপদৰ অন্ত পৰিব।

২. সাপৰ দাঁতঃ-সপোনত সাপৰ দাঁত দেখাৰ অৰ্থ হ’ল-আপোনাৰ ওচৰৰ কোনোবাই আপোনাক প্ৰতাৰণা কৰিব পাৰে, গতিকে সাৱধান হওক।

৩. সাপৰ যুদ্ধঃ-সপোনত সাপ যুঁজি থকা দেখি ভাল বুলি ক’ব নোৱাৰি। এই সপোনে বিবাদত পৰাৰ সম্ভাৱনা বিষয়ে ইংগিত দিব পাৰে।

৪. বাৰে বাৰে সাপ দেখাঃ-সপোনত বাৰে বাৰে সাপ দেখা ভাল নহয়। এয়া ৰাশিত কাল সৰ্প দোষৰ লক্ষণ। সোনকালে ইয়াৰ প্ৰতিকাৰ কৰক।

৫. সাপ-নেউলৰ যুঁজঃ-এই সপোনৰ অৰ্থ হ’ল-কিবা কাৰণত আপুনি হয়তো আদালতত ঘূৰি ফুৰিবলগীয়া হ’ব পাৰে।

৬. বগা সাপঃ-সপোনত বগা সাপ দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। এনে সপোনে ভৱিষ্যতে অপৰিসীম ধন-সম্পত্তি ইংগিত বহন কৰে।

৭. উৰন্ত সাপঃ-সপোনত সাপ উৰি থকা দেখাৰ অৰ্থ হ’ল-আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব বা কিবা কাৰণত আৰ্থিক সংকটৰ সন্মুখীন হ’ব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস