--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অত্যাধিক সুৰাপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। সেয়েহে, দেশবাসীৰ বাবে চৰকাৰ দ্বাৰা জাৰি কৰা হ’ল নিৰ্দেশনা ৷ এই নিৰ্দেশনা জাৰি কৰা হৈছে কানাডাত ৷ নিৰ্দেশনা অনুসৰি কানাডিয়ানসকলে সপ্তাহত দুবাৰ সুৰাপান কৰিব পাৰে। কানাডিয়ান চেণ্টাৰ অন চাবষ্টেন্স ইউজ এণ্ড এডিকশ্বনৰ মুখ্য সচিব আলেকজেণ্ডাৰ কাউডাৰেলাই কৈছিল যে,  ইয়াতকৈ অধিক সুৰা পান কৰিলে স্বাস্থ্যৰ ক্ষতি হ'ব।

২০১১ চনত, এবাৰ সুৰাপানৰ ওপৰত নিৰ্দেশনা জাৰী কৰা হৈছিল। নিৰ্দেশনা অনুসৰি, কানাডাৰ পুৰুষসকলক পোন্ধৰবাৰতকৈ অধিক সুৰা পান নকৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। আনকি মহিলাসকলৰ বাবেও, নিয়মবোৰ বেলেগ আছিল।

কানাডিয়ান মহিলাসকলে সপ্তাহত দহবাৰতকৈ অধিক সুৰাপান কৰাউচিত নহয়। কিন্তু আলেকজেণ্ডাৰৰ মতে, পুৰণি নিৰ্দেশনা অনুসৰণ কৰিলে কানাডিয়ানসকলৰ স্বাস্থ্যৰ অধিক ক্ষতি হ'ব। 

অৱশ্যে, এনে নিয়ম কেৱল কানাডাতে নহয়, অষ্ট্ৰেলিয়া আৰু আমেৰিকাতো আছে। ২০ চনত অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় নিৰ্দেশনা অনুসৰি, যদি আৱাসীসকলে প্ৰতি সপ্তাহত ১০ বাৰতকৈ অধিক সুৰাপান কৰে, ই তেওঁলোকৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হ'ব।

আমেৰিকা যুক্তৰাষ্ট্ৰত, মহিলাসকলে দিনত এবাৰতকৈ অধিক সুৰাপান কৰে আৰু পুৰুষে দিনত দুবাৰতকৈ অধিক সুৰাপান কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ