--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫ নৱেম্বৰত ৩৫ সংখ্যক জন্মদিনত তেওঁ এই মাইলৰ খুঁটিটো স্পৰ্শ কৰিছিল। তাৰ মাত্ৰ ১০ দিনৰ পাছত ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীয়ে সেই মাইলৰ খুঁটিটোৰ পৰা আগুৱাই গ’ল। ১৮ নং জাৰ্চি ক্ৰিকেটাৰগৰাকীয়ে বুধবাৰে এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলত এক অনন্য নজিৰ গঢ়ি তুলিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি তেওঁ ১০৬ বলত শতক সম্পূৰ্ণ কৰে। 

কোহলীৰ এই সফলতাত তেওঁৰ পত্নী অনুষ্কা শৰ্মা আপ্লুত হোৱাটো স্বাভাৱিক। বলীউডৰ অভিনেত্ৰীগৰাকীয়ে বিৰাটক ‘ভগৱানৰ পুত্ৰ’ বুলি অভিহিত কৰে।

ছ’চিয়েল মিডিয়া পেজত বিৰাটৰ এখন ছবি পোষ্ট কৰি অনুষ্কাই লিখিছে, "ভগৱান জীৱনৰ শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ। মই ধন্য যে তেওঁৰ আশীৰ্বাদত মই তোমাৰ দৰে এজন মানুহৰ মৰম পাইছো। সকলো বাধা নেওচি তোমাৰ জয়৷ সকলো ধুমুহাৰ মাজতো নিজৰ প্ৰতি সঁচা হৈ থাকা।  তুমি সঁচাকৈয়ে 'ঈশ্বৰৰ বৰপুত্ৰ'।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক