--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শতকৰ অৰ্ধশতক। ৱাংখেড়েত শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি বিৰাট কোহলীয়ে বিশ্ব ক্ৰিকেটক জনাই দিলে যে তেওঁ মাষ্টাৰ ব্লাষ্টাৰৰ যোগ্য উত্তৰসূৰী। কেৱল শতকৰ অৰ্ধশতকেই নহয়, এই ইনিংছৰ দ্বাৰা কেইবাটও নজিৰ গঢ়িবলৈ সক্ষম হ’ল বিৰাট কোহলী।

বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে বিৰাটে। চলিত বিশ্বকাপত তেওঁৰ ১০খন মেচত ৭১১ ৰান। ২০০৩ চনৰ বিশ্বকাপত বিৰাটে শচীনৰ ৬৭৩ ৰানৰ অভিলেখ ভংগ কৰিছিল।

চলিত বিশ্বকাপত বিৰাটে ৫০ প্লাছ ৮টা ইনিংছ খেলিছে। এয়াও এক অভিলেখ। ইয়াৰ পূৰ্বে কোনো বিশ্বকাপত কোনেও এই কাম কৰিব পৰা নাছিল।

এদিনীয়া ক্ৰিকেটত ৰানৰ তালিকাত বিৰাট তৃতীয় স্থানত আছে। তেওঁৰ ৰান হৈছে ১৩,৭৯৪। তেওঁ ৰিকি পণ্টিংক অতিক্ৰম কৰিছে। বিৰাটৰ ওপৰত আছে শচীন আৰু কুমাৰ ছাংগাক্কাৰা।

বিৰাট  এটা বিশ্বকাপত কমেও তিনিটা শতক লাভ কৰা নৱম ক্ৰিকেটাৰ। বাকী আঠজন হৈছে মাৰ্ক ৱাই, সৌৰভ গাংগুলি, মেথিউ হেডেন, কুমাৰ ছাংগাকাৰা, ৰোহিত শৰ্মা, ডেভিদ ৱাৰ্নাৰ, কুইণ্টন ডি কক আৰু ৰাচিন ৰবিন্দ্ৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক