--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত নেডাৰলেণ্ডৰ আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰিলে  'বৰিছ জনছন'ক! অৱশ্যে সমগ্ৰ বিষয়টোৱে কৌতূহলৰ সৃষ্টি কৰাৰ সময়তে নেডাৰলেণ্ড আৰক্ষীয়ে সমগ্ৰ বিষয়টো স্পষ্ট কৰিছে৷  

নেডাৰলেণ্ডৰ আৰক্ষীৰ এজন বিষয়াই প্ৰকাশ কৰা মতে গ্ৰেপ্তাৰ কৰা লোক জনে  বৰিছ জনছনৰ ছবি থকা ইউক্ৰেইনৰ ড্ৰাইভিং লাইচেঞ্চ এখন লগত লৈ ফুৰিছিল৷ ডাচ্চ আৰক্ষীয়ে লগতে কয় যে  যে  সুৰাপান কৰি গাড়ী চলোৱা লোকজনে নিজৰ নামো বৰিছ জনছন বুলিয়েই লিখিছিল৷  

প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ ছবি আৰু সঠিক জন্ম তাৰিখৰ সৈতে সম্পূৰ্ণ ভুৱা  চালকৰ অনুজ্ঞাপত্ৰ খন ২০১৯ চনত  জাৰি কৰা বুলি দেখুওৱা হৈছে৷ অনুজ্ঞাপত্ৰ খনৰ ম্যাদ ২০৩০ চনলৈকে  আছিল। আৰক্ষীৰ মুখপাত্ৰ থিজ ছ ডামষ্ট্ৰাই কয়  যে আৰক্ষী বিষয়াসকলে দেওবাৰে মাজনিশা এমা ব্ৰিজৰ ওচৰত এখন গাড়ীয়ে  খুটাত খুন্দা মৰা দেখিছিল।

আৰক্ষীয়ে ৩৫ বছৰীয়া লোকজনক গ্ৰেপ্তাৰ কৰে৷  আৰক্ষীয়ে লোকজনে  ক'ত জাল নথিখন তৈয়াৰ কৰিছিল সেই বিষয়ত তদন্ত কৰি আছে৷  উল্লেখ্য ইয়াৰ পূৰ্বেও বহু বিখ্যাত লোকৰ নাম আৰু ছবি ব্যৱহাৰ কৰি বহুতে জাল নথি প্ৰস্তুত কৰাৰ কথা ধৰা পৰিছে৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস