--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাতি সঘনাই সাৰ পাই থাকে নেকি? যদি হয়, তেন্তে ইয়াৰ কাৰণ হব পাৰে অনিদ্ৰা। অনিদ্ৰাৰ সমস্যা দূৰ কৰিবলৈ আপুনিও বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কিছুমান ফলপ্ৰসূ প্ৰতিকাৰৰ বিষয়ে জানো আহক-

 ১. শোৱাৰ সময় নিৰ্ধাৰণ কৰক

ব্যস্ততাৰ বাবে মানুহৰ টোপনিৰ ৰুটিন সঘনাই সলনি হৈ থাকে। তাৰ ফলত যদি টোপনি অহাত অসুবিধা হৈছে, তেন্তে এই বেয়া অভ্যাসবোৰ যিমান পাৰি ত্যাগ কৰিব লাগে। ভাল আৰু গভীৰ টোপনিৰ বাবে সদায় শোৱাৰ সময় নিৰ্ধাৰণ কৰিব লাগে। যাতে আপোনাৰ টোপনিৰ ভালদৰে আহে।

 ২. শোৱা কোঠা পৰিষ্কাৰ কৰি ৰাখক

শুই থকা কোঠাটো সদায় পৰিষ্কাৰ হ’ব লাগে যাতে টোপনি ভালদৰে যাব পাৰে। পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গভীৰ টোপনিৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। ইয়াৰ লগতে আপুনি আপোনাৰ শোৱা কোঠাত লঘু বাদ্যযন্ত্ৰৰ সংগীতও বজাব পাৰে। ইয়াৰ ফলত মানসিক শান্তি পায়, যাৰ ফলত ভাল টোপনি আহিব পাৰে।

 ৩. এইবোৰৰ পৰা আঁতৰত থাকক

গভীৰ আৰু সুস্থ টোপনিৰ বাবে টোপনিৰ আগতে কিছুমান বস্তুৰ পৰা দূৰত্ব বজাই ৰাখক। বিশেষকৈ টোপনিৰ প্ৰায় ১ৰ পৰা ২ ঘণ্টা আগতে টিভি আৰু মোবাইলৰ পৰা দূৰত্ব বজাই ৰাখক। এনে কৰিলে ভাল টোপনি আহিব।

 ৪. স্বাস্থ্যসন্মত খাদ্য বাছি লওক

টোপনি ভাল হবলৈ খাদ্যাভ্যাসৰো প্ৰয়োজন। বিশেষকৈ টোপনিৰ আগতে ১ গিলাচ গৰম গাখীৰ খাব লাগে। এনে কৰিলে ভাল টোপনি আহিব। লগতে পুৱা গাখীৰত শুকান ফল খাব লাগে। স্বাস্থ্যৰ বাবে ই অতি উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ