--°C
Loading...
Sign In Sign Up
Site Logo
  • Home
  • আঞ্চলিক
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • ৰাজনৈতিক
  • ভিডিঅ
  • More
    • ক্ৰীড়া
    • জীৱন শৈলী
    • মনোৰঞ্জন
    • বিজ্ঞান আৰু প্ৰযুক্তি
    • বাণিজ্য
    • সম্পাদকীয়
    • স্বাস্থ্য
    • আধ্যাত্মিক
    • শিক্ষা
  • Live TV
Breaking News
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
Site Logo
  • Home
  • আঞ্চলিক
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • ৰাজনৈতিক
  • ভিডিঅ
  • More
    • ক্ৰীড়া
    • জীৱন শৈলী
    • মনোৰঞ্জন
    • বিজ্ঞান আৰু প্ৰযুক্তি
    • বাণিজ্য
    • সম্পাদকীয়
    • স্বাস্থ্য
    • আধ্যাত্মিক
    • শিক্ষা
  • Live TV
Sign In Sign Up
ৰাষ্ট্ৰীয়

সুস্বাদু খাদ্য খাবলৈ মন আছে যদি এবাৰ পাকিস্তান ফুৰি আহক! ধোনীয়ে ধেমেলীয়াকৈ কাক দিলে পৰামৰ্শ?

Dec 30, 2023 mins read System Admin
সুস্বাদু খাদ্য খাবলৈ মন আছে যদি এবাৰ পাকিস্তান ফুৰি আহক! ধোনীয়ে ধেমেলীয়াকৈ কাক দিলে পৰামৰ্শ?
Share This Post
Listen to Article
2 min read
80%
00:00
ডিজিটেল ডেস্কঃ টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ এটা ভিডিঅ’ই ছ’চিয়েল মিডিয়াত বহুত ট্ৰেণ্ড কৰি আছে। ভিডিঅ’টোত মাহীয়ে এজন লোকৰ সৈতে কথা পাতি থকা দেখা গৈছে আৰু লোকজনক পাকিস্তানলৈ গৈ সুস্বাদু খাদ্য খাবলৈ পৰামৰ্শ দিয়া দেখা গৈছে। অৱশ্যে ধোনীৰ এই উপদেশ গ্ৰহণ কৰিবলৈ ব্যক্তিজন একেবাৰেই সাজু নহয়। গোটেই কথাটো কি জানি লওঁ আহক।

আচলতে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত এম এছ ধোনীক দেখা গৈছে এখন হোটেলত। ৰিচেপচনৰ ওচৰত থিয় হৈ অচিনাকি এজন ব্যক্তিৰ লগত কথা পাতি থকা দেখা গৈছে মাহীক। কথা-বতৰাৰ সময়ত ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে মানুহজনক এবাৰ পাকিস্তান ভ্ৰমণ কৰি ভাল খাদ্য খাবলৈ পৰামৰ্শ দিয়া দেখা গৈছে।

অৱশ্যে এই উপদেশ দি থাকোঁতে মাহীৰ মুখত হাঁহি বিৰিঙি উঠে আৰু তেওঁলৈ চালে এনে লাগে যেন তেওঁ এই কথা ধেমেলীয়াকৈ কৈছে। মানুহজনে পাকিস্তানলৈ যাবলৈ মাহীৰ পৰামৰ্শক স্পষ্টকৈ নাকচ কৰা শুনা যায়। ইয়াৰ পিছত ধোনীক ভিডিঅ’টোত হাঁহি থকা দেখা গৈছে।

চাওক ভি়ডিঅ’

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ সংখ্যক ছিজনত পুনৰবাৰ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে দেখা যাব এম এছ ধোনীক। মাহীয়ে তেওঁৰ অধিনায়কত্বত যোৱা ছিজনত চি এছ কেক চেম্পিয়ন কৰি তুলিছিল। ইয়াৰ পিছত ধোনীয়ে ঘোষণা কৰিছিল যে তেওঁ অনুৰাগীৰ স্বাৰ্থত আই পি এলৰ আন এটা ছিজন খেলিব।

২০২৩ চনৰ আই পি এলত ধোনীক আঁঠুৰ বাবে বহুত অসুবিধা পোৱা যেন লাগিছিল আৰু টুৰ্ণামেণ্টৰ পিছতো অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল। আপোনালোকক কওঁ যে ধোনীয়ে ১৫ আগষ্ট ২০২০ তাৰিখে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল। তেতিয়াৰ পৰা তেওঁক কেৱল আই পি এলত খেলা দেখা যায়।

Continue Reading

Previous Post
ৰাম মন্দিৰৰ অভিষেকলৈ এমাহো নাই; এনেসময়ত জেএনইউৰ দেৱালত বাবৰি মছজিদ নিৰ্মাণ সম্পৰ্কীয় শ্ল’গান কাৰ?
ৰাম মন্দিৰৰ অভিষেকলৈ এমাহো নাই; এনেসময়ত জেএনইউৰ দ...
Dec 29, 2023
Next Post
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে চাহিদা বাঢ়িল অযোধ্যাৰ লাডুৰ! শ শ কুইণ্টলৰ অৰ্ডাৰ লাভ
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে চাহিদা বাঢ়িল...
Dec 30, 2023
FOLLOW US F
Facebook 2.3M
Twitter 76.7K
Instagram 255K
Youtube 2.29M
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
ৰাষ্ট্ৰীয়
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
15 Sep, 2026 | 3 mins read | Kasturi
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
আন্তঃৰাষ্ট্ৰীয়
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
15 Sep, 2026 | 3 mins read | Kasturi
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
মনোৰঞ্জন
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
15 Sep, 2026 | 3 mins read | Kasturi
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ক্ৰীড়া
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
15 Sep, 2026 | 3 mins read | Kasturi
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
আঞ্চলিক
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
15 Sep, 2026 | 3 mins read | Kasturi
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
আন্তঃৰাষ্ট্ৰীয়
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
14 Sep, 2026 | 3 mins read | Kasturi
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
ৰাষ্ট্ৰীয়
৯.২%লৈ বৃদ্ধ� ...
15 Sep, 2026 | Feature Editor
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
আন্তঃৰাষ্ট্ৰীয়
পৃথিৱীৰ আটা� ...
15 Sep, 2026 | Feature Editor
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
মনোৰঞ্জন
২ কোটি টকাৰে ...
15 Sep, 2026 | Feature Editor
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ক্ৰীড়া
১৬ ছেপ্টেম্� ...
15 Sep, 2026 | Feature Editor
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
আঞ্চলিক
ডিগবৈত ড্ৰা� ...
15 Sep, 2026 | Feature Editor
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
আন্তঃৰাষ্ট্ৰীয়
বিশ্বত এক খর ...
14 Sep, 2026 | Feature Editor
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
স্বাস্থ্য
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
09 Sep, 2026 | 0 | Kasturi
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
আঞ্চলিক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
09 Sep, 2026 | 0 | Kasturi
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
আঞ্চলিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
09 Sep, 2026 | 0 | Kasturi
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
আধ্যাত্মিক
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
10 Sep, 2026 | 0 | Kasturi
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
আঞ্চলিক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
10 Sep, 2026 | 0 | Kasturi
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
আঞ্চলিক
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
10 Sep, 2026 | 0 | Kasturi
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
আঞ্চলিক
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
10 Sep, 2026 | 0 | Kasturi
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
আঞ্চলিক
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
11 Sep, 2026 | 0 | Kasturi
Loading...
Site Logo
About Us Terms of Service Privacy Policy Cookie Policy Grievance Cell For Advertising Contact Us
Related Entities
  • • AM Television
  • • Rengoni TV
  • • NE News
  • • Dainik Janambhumi
  • • Dainik Janambhumi - Epaper
  • • Pragplay
About Us

Prag News is one of the oldest and best news channels in Assam as well as Northeast India. With over 20 years of dedication and hard work, we continue to bring you ground-breaking news and updates from every corner of Assam and beyond.

Download Our App
Logo Logo
Recent Posts
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্...
15 Sep, 2026
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী...
15 Sep, 2026
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অ...
15 Sep, 2026
Load More
COPYRIGHT © 2026 . ALL RIGHTS RESERVED.