--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উন্নত স্বাস্থ্য সম্পৰ্কীয় এক অধ্যয়নত বিজ্ঞানীসকলে শাৰীৰিক কাৰ্য্যকলাপৰ সময়ৰ ওপৰত আলোকপাত কৰিছে। ইয়াত উল্লেখ আছে যে মানুহে দিনটোত ৫ ঘণ্টা থিয় হৈ ৬ ঘণ্টা বহিব লাগে। ইয়াৰ বাহিৰেও প্ৰতিদিনে ৪ ঘণ্টা ধৰি লঘু আৰু মধ্যমীয়া শাৰীৰিক ক্ৰিয়া-কলাপ কৰিব লাগে। 

অধ্যয়নটোত কোৱা হৈছে যে নিয়মিতভাৱে ৪ ঘণ্টা ধৰি শাৰীৰিক ক্ৰিয়া-কলাপ কৰিলে গ্লাইচেমিক নিয়ন্ত্ৰণৰ উন্নতি ঘটিব আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হ’ব। ইয়াৰ ভিতৰত মধ্যমীয়াৰ পৰা জোৰদাৰ শাৰীৰিক কাৰ্য্যকলাপ যেনে দ্ৰুত খোজ কঢ়া বা চাইকেল চলোৱা, জগিং, জাম্পিং, আৰু এৰোবিক নৃত্য আদি থাকিব পাৰে।

অষ্ট্ৰেলিয়াৰ ছুইনবাৰ্ন ইউনিভাৰ্চিটি অৱ টেকন’লজিৰ গৱেষকৰ এই গৱেষণাৰ উদ্ধৃতি দি নিউয়ৰ্ক পোষ্টে কয় যে বিজ্ঞানীসকলে প্ৰায় ২০০০ লোকৰ স্বাস্থ্যৰ ওপৰত এক অধ্যয়ন চলাইছে। য’ত দেখা গৈছে যে উত্তম স্বাস্থ্যৰ বাবে মানুহে দৈনিক ৮ ঘণ্টা ভাল টোপনি ল’ব লাগে। 

গৱেষকসকলৰ মতে, লঘু শাৰীৰিক কাৰ্য্যকলাপৰ অৰ্থ হ’ব পাৰে খোজ কঢ়াৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া আৰু ঘৰৰ কাম সম্পূৰ্ণ কৰা, উচ্চস্বৰে হঁহালৈকে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ