--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনোত্তৰ ভাৰতত জনসংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছিল। সেই অনুপাতে বৃদ্ধি পোৱা নাছিল খাদ্যশস্যৰ উৎপাদন। সেয়ে বিগত শতিকাৰ সত্তৰৰ দশকৰ শেষৰ পিনে বলপূৰ্বক  বন্ধ্যাকৰণৰ সিদ্ধান্ত লৈছিল তেতিয়াৰ চৰকাৰে।চৰকাৰৰ এনে সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

 ১৯৭৬ চনৰ ছেপ্তেম্বৰ মাহত সঞ্জর গান্ধীয়ে জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে  বাধ্যতামূলক বন্ধ্যাকৰণৰএক কাৰ্যসূচীৰ কথা ঘোষণা কৰিছিল। এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ চৰকাৰে বাৰেবাৰে মুখ থেকেচা খাবলগীয়া হৈছিল। এনে কাৰ্যসূচীয়ে দেশৰ এঁকয বিনষ্ট  কৰিববুলি বহুতে মন্তব্য কৰিছিল। 

সঞ্জয় গান্ধীয়ে এইবন্ধাকৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বিভিন্ন ধৰণে প্রচাৰ আৰম্ভ কৰিছিল। বিশেষকৈ ৰাষ্ট্ৰসঘ, আমেৰিকা, বিশ্ব বেংক আদিৰ পৰা পোৱা হেঁচাৰ বাবেই বন্ধাকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল বুলি প্ৰচাৰ চলোৱা হৈছিল। এই কাৰ্যসূচীৰ অধীনত ১৯৭৬ চনৰ পৰা ‘১৯৭৭ চনলৈ ৮.৩ নিযুত লোকক বন্ধাকৰণ কৰোৱা হৈছিল। 

এই কাৰ্যসূচীয়ে দেশজুৰি তুমুল প্রতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত ১৯৭৭ চনত চৰকাৰে পৰিয়াল পৰিকল্পনা আঁচনি গ্ৰহণ কৰিবলৈ বাধা হৈছিল। লক্ষণীয় কথাটো এয়াই যে চৰকাৰে গ্ৰহণ কৰা পৰিয়াল পৰিকল্পনা আঁচনি বাধ্যতামূলক নাছিল আৰু এয়া কোনোবাই ইচ্ছা কৰিলেহে গ্ৰহণ কৰিব পৰা আঁচনি আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ