--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশজুৰি পালন কৰা হ'ল স্বাধীনতা সংগ্ৰামী শ্বহীদ ভগত সিঙৰ ১১৪ সংখ্যক জন্ম বাৰ্ষিকী। শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ সাহস আৰু ত্যাগক স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা সংগ্ৰামীগৰাকীৰ জন্ম জয়ন্তী উপলক্ষ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষ টুইটযোগে শ্ৰদ্ধাঞ্জলি জনায় ।

প্ৰধানমন্ত্ৰী গৰাকীৰ মতে সাহসী শ্বহীদ ভগত সিং সকলো ভাৰতীয়ৰ হৃদয়ত আছে ।ওঁৰ সাহস আৰু ত্যাগে অগনন ভাৰতীয়ৰ মনত দেশপ্ৰেম জগাই তোলে । সেয়ে মহান নায়কগৰাকীৰ জন্ম জয়ন্তীত তেওঁক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । লগতে দেশৰ স্বাধীনতাৰ বাবে তেওঁৰ বলিদানক স্মৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, শ্বহীদ ভগত সিঙৰ জন্ম ১৯০৭ চনত ফৈজালাবাদ জিলাৰ বাঙা গাঁৱত হৈছিল যি বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পঞ্জাৱ প্ৰদেশ । ব্ৰিটিছৰ বিৰুদ্ধে বিপ্লৱী স্বাধীনতা সংগ্ৰামী গৰাকীৰ দুটাকৈ নাটকীয় হিংসাত্মক কাৰ্য আৰু ২৩ বছৰ বয়সত তেওঁৰ মৃত্যুদণ্ডই তেওঁক ভাৰতীয় স্বাধীনতা আন্দোলনৰ লোক নায়ক হিচাপে চিনাকি দিয়ে ।১৯৩১ চনৰ ২৩ মাৰ্চত শিৱৰাম হৰি ৰাজগুৰু আৰু সুখদেৱ থাপাৰৰ সৈতে লাহোৰ কাৰাগাৰত ভগত সিঙক ফাঁচী দিয়া হৈছিল ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ