--°C
Loading...
Listen to Article
2 min read
80%

শিলচৰ : তৃণমূল কংগ্ৰেছৰ পৰা ৰাজ্যসভা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰ শিলচৰ স্বগৃহত উপস্থিত হৈছে তৃণমূল কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ। কলিকতাৰ পৰা বিমানযোগে উপস্থিত হৈছে কুম্ভীৰগ্ৰাম বিমানবন্দৰত। বিমানবন্দৰৰ পৰা সুস্মিতাৰ সমৰ্থকে উষ্ণ আদৰণী জনাই লৈ যায় শিলচৰ।‌

ইপিনে শিলচৰত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত‌ বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ‌ দিয়ে তৃণমূল নেত্ৰী সুস্মিতা দেবে। তেওঁ কয়, "ময়ই কংগ্ৰেছ নহয়‌, এআইইউডিএফ নহয়। মই সুস্মিতা দেৱ, মোৰ নেত্ৰী মমতা বেনাৰ্জী।‌" বৰাকৰ পৰা বিজেপিৰ যাত্ৰা আৰম্ভণি হৈছিল আৰু আগন্তুক দিনত বৰাকৰ পৰা অসমত তৃণমূলৰ যাত্ৰা আৰম্ভ হ'ব বুলি সুস্মিতাই কয়।‌

ইয়াৰ উপৰি ছিপাঝাৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিলে সুস্মিতা দেবে। তেওঁ হিমন্ত বিশ্বশৰ্মা এজন ব্যৰ্থ মুখ্যমন্ত্ৰী কোৱাৰ লগতে এতিয়া মমতা বানাৰ্জীৰ টাৰ্গেট ত্ৰিপুৰা বুলি উল্লেখ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ