--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানে কেৰিয়াৰৰ আৰম্ভণিতে প্ৰচুৰ ধূমপান কৰা বুলি জনা যায়। অৱশ্যে এতিয়া ধূমপান ত্যাগ কৰা বুলি অভিনেতাজনে কয়। কিন্তু এটা সময়ত তেওঁৰ ধূমপানৰ কোনো মাত্ৰা নাছিল। অভিনেতা প্ৰদীপ ৰাৱটে অলপতে এক সাক্ষাৎকাৰত এইদৰে কয়। ‘কোয়েলা’ (১৯৯৭) ছবিখনত শ্বাহৰুখৰ বিপৰীতে অভিনয় কৰিছিল প্ৰদীপ ৰাৱটে।

শ্বাহৰুখৰ বিষয়ে প্ৰদীপে কয়, ‘শ্বুটিংৰ সময়ত মই শ্বাহৰুখৰ বৰ বেছি ঘনিষ্ঠ নাছিলোঁ। যদিও তেওঁৰ আচৰণ বৰ ভদ্ৰ আছিল। কিন্তু তেওঁৰ বিষয়ে এটা কথা স্পষ্টকৈ মনত আছে। তেওঁৰ দৰে ইমান ধূমপান কৰা আন কোনো অভিনেতা মই কেতিয়াও দেখা নাই। এটা চিগাৰেট শেষ হোৱাৰ আগতে একেটা জুইত আন এটা চিগাৰেট জ্বলাই দিয়া হয়। তেওঁ আছিল এজন প্ৰকৃত চেইন স্মোকাৰ। অৱশ্যে ছবিখনৰ প্ৰতি তেওঁৰ ভক্তি স্বীকাৰ কৰিব লাগিব।''

এক সাক্ষাৎকাৰত শ্বাহৰুখে নিজেই কয় যে ধূমপানৰ বাবে তেওঁ নিজৰ সৰু পুত্ৰ আবৰামৰ সৈতে পৰ্যাপ্ত সময় কটাব পৰা নাই। যিমান সময় আৰিয়ান আৰু চুহানাই কনিষ্ঠ পুত্ৰ আবৰামৰ লগত কটালে। কাৰণ সেই ধূমপান। শ্বাহৰুখে কয়, অতি সোনকালে তেওঁ ধূমপান, মদ্যপান বন্ধ কৰি সুস্থ জীৱন যাপনৰ কথা ভাবিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ