--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেৱল ভাৰত-বাংলাদেশতে নহয়, শেহতীয়াকৈ বিশ্বৰ বহু দেশত কঁঠালৰ মুচিৰ ব্যঞ্জন অতি জনপ্ৰিয় হৈ পৰিছে। কঁঠাল পকিলে ইয়াৰ মিঠা সোৱাদৰ বাবে আৰু কেঁচা হ’লে তৰকাৰীৰ বাবে বহুতে এই ফল খাই ভালপায়। কিন্তু ই শৰীৰত কেনে প্ৰভাৱ পেলায়?

 কঁঠালে ডায়েবেটিছৰ সমস্যা হ্ৰাস কৰাত যথেষ্ট সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আৰু থাকে। তদুপৰি ইয়াৰ নিজস্ব এক সোৱাদো আছে। ফলত মিঠাই খোৱাৰ প্ৰৱণতাও কমি যায়। ই ডায়েবেটিছ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

 কলেষ্টেৰলৰ নিয়ন্ত্ৰণতো কঁঠালৰ আছে বিশেষ উপকাৰী গুণ। কাৰণ আঁহ আৰু আন কেইবাটাও উপাদান কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাৰ বাবে অতি উত্তম। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থকা লোকসকলৰ বাবেও কঁঠাল অতি উপকাৰী। পেটৰ বাবেও ই অতি উপকাৰী। আনকি বহুতে ভাবে যে ই কলন কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে। কঁঠালে পেট পৰিষ্কাৰ কৰি বহু সমস্যা হ্ৰাস কৰে।

 ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-এ আৰু চি থাকে। গতিকে ই ইমিউনিটী বঢ়োৱাতো সহায় কৰে। বিশেষকৈ ঋতু সলনিৰ সময়ত কঁঠালৰ খালে শৰীৰৰ উপকাৰ হয়। কঁঠালত পটাছিয়াম, ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে। এই সকলোবোৰ হৃদৰোগৰ বাবে উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে