--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যুৰ পাছত কি হয় সেই বিষয়ে সকলোতে চৰ্চা হৈ আহিছে। মানুহৰ মৃত্যুৰ পাছত কি হয় কোনেও নাজানে, যদিও কেতিয়াবা মানুহে মৃত্যুৰ পাছত পুনৰ জীৱিত হৈ ‘মৃত’ অৱস্থাত অনুভৱ কৰা কথাবোৰ বৰ্ণনা কৰাৰ উদাহৰণ মাজে-সময়ে পোৱা যায়।  মৃত্যু হোৱাৰ ২৭ মিনিটৰ পাছত পুনৰ জীৱিত হৈ উঠিল এগৰাকী মহিলা। 

হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ চিকিৎসালয়ত মৃত্যু ঘটিছিল মহিলাগৰাকীৰ। মহিলাগৰাকী আমেৰিকাৰ এৰিজোনাৰ বাসিন্দা টিনা হাইনছ। চাৰিটা সন্তানৰ মাতৃ টিনাই পুনৰ জীৱন পোৱাৰ পাছত হাস্পতালৰ বিচনাতে থাকি পৰিয়ালৰ লোকক কাগজ-কলম আনিবলৈ ইংগিত দিয়ে। সেই কাগজত টিনাই স্পষ্টকৈ লিখিলে- ‘এয়া বাস্তৱ।’(It is real)

পৰিয়ালৰ লোকে টিনাক সুধে যে ‘এয়া বাস্তৱ’ বুলি তেওঁ কি ক’ব বিচাৰিছে। তেতিয়া টিনাই লিখে যে ‘স্বৰ্গ সঁচাই আছে’(Heaven is real)

সুস্থ হৈ উঠাৰ পাছত টিনাই দাবী কৰে যে তেওঁৰ মৃত্যুৰ পাছত তেওঁ স্বৰ্গ দেখা পাইছিল আৰু তেওঁ যীশুকো দেখা পাইছিল।

টিনাই কৈছিল “যীশু যত থিয় হৈ আছিল তাৰ ঠিক পিছফালে এক অবিশ্বাস্য জিলিকনি আছিল। সেই জিলিকনি আটাইতকৈ স্পন্দনশীল আৰু ধুনীয়া উজ্জ্বল হালধীয়া আছিল। ঈশ্বৰে মোৰ জীৱনটো এক অলৌকিকতাৰে ৰক্ষা কৰিবলৈ বাছি লৈছিল, তেওঁৰ দয়া, মংগল আৰু প্ৰেম দেখুৱাবলৈ। ২৭ মিনিট মোৰ উশাহ বন্ধ কৰি মোক পুনৰ জীৱনৰ উশাহ দিলে ঈশ্বৰে। তেওঁ মোক তেওঁৰ সুন্দৰ সৌন্দৰ্য্য আৰু প্ৰেমৰ বিষয়ে জনাবলৈ অনুমতি দিছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ