--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গেট ভাঙি সম্পূৰ্ণৰূপে বন্ধ ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথ,ব্যাহত যান-বাহন চলাচল। তামাৰহাট সাৰ্বজনীন দুৰ্গা পূজাৰ বাবে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে নিৰ্মাণ কৰা হৈছিল ৩০খনকৈ আলোক সজ্জাৰ গেট।

ডিজিটেল ডেস্ক: তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ। ধুমুহা-বৰষুণৰ ফলত ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট।


গেট ভাঙি সম্পূৰ্ণৰূপে বন্ধ ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথ,ব্যাহত যান-বাহন চলাচল। তামাৰহাট সাৰ্বজনীন দুৰ্গা পূজাৰ বাবে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে নিৰ্মাণ কৰা হৈছিল ৩০খনকৈ আলোক সজ্জাৰ গেট।


প্ৰচণ্ড ধুমুহা-বৰষুণত ১৫ খনত কৈ অধিক গেট ভাঙি ঘাইপথৰ ওপৰত বাগৰি পৰে। ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথটো। AS17N7999 নম্বৰৰ এখন স্কুটীৰ ক্ষতিগ্ৰস্ত হয়।


পূজা কমিটি আৰু স্থানীয় ৰাইজে গেটসমূহ আঁতৰাই ৰাষ্ট্ৰীয় ঘাইপথটো পুনৰ মুকলি কৰিবলৈ চেষ্টা কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
অসমৰ লোহিত-ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত বিৰল প্ৰজাতিৰ ঘঁৰিয়ালৰ সন্ধান
খৈৰাবাৰীত লাভ জেহাদ! হিন্দু পৰিচয় দি ডিব্ৰুগড়ৰ নাবালিকাক পলুৱাই নিলে ধুবুৰীৰ যুৱকে
উভতি নহা বাটেৰে গুচি গ’ল নানা পাটেকাৰ; শোকস্তব্ধ দেশবাসী
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ