--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২০২১ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা কৰা হ'ল৷ এইবছৰৰ সাহিত্যৰ নোবেল বঁটা তাঞ্জানিয়াৰ লেখক আব্দুল ৰাজাক গুৰনাহক প্ৰদান কৰা হৈছে৷ তেওঁ ‘uncompromising and compassionate penetration of the effects of colonialism and the fate of the refugee in the gulf between cultures and continents’-ৰ বাবে লাভ কৰিছে নোবেল বঁটা৷

গুৰনাহে এতিয়ালৈকে ১০খন উপন্যাস লিখি উলিয়ািছে৷ ৭৩ বছৰীয়া লেখকজনে ১৯৪৮ চনত তাঞ্জানিয়াৰ জাঞ্জিবাৰত জন্ম গ্ৰহণ কৰে৷ বৰ্তমান তেওঁ কেণ্ট বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে। ‘পেৰাডাইজ’(Paradise) আৰু ‘ডিজাৰছন’(Desertion) গ্ৰন্থৰ বাবে আব্দুল ৰাজাক গুৰনাহে বিশ্বজুৰি প্ৰসিদ্ধি লাভ কৰিছিল৷

‘পেৰাডাইজ’ৰ বাবে ১৯৯৪ চনত তেওঁ বুকাৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল৷ আব্দুল ৰাজাক গুৰনাহে লাভ কৰা সন্মানীয় সাহিত্যৰ নোবেল বঁটাত আছে এটা সোণৰ পদক আৰু ১০ নিযুত চুইডিছ ক্ৰ'নাৰ (১.১৪ নিযুত ডলাৰৰ অধিক)৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement