--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সুশীল কুমাৰ সিন্দেৰ ফোন চোৰ কৰাৰ অভিযোগত এগৰাকী লোকক আটক কৰা হৈছে। আৰক্ষীৰ সূত্ৰই সোমবাৰে প্ৰকাশ কৰা মতে, ৬ অক্টোবৰত মান্দাৰ প্ৰমোদ গৌৰৱ নামৰ উক্ত অভিযুক্তজনে সিন্দেৰ মোবাইল ফোন চুৰি কৰিছিল। আজি তেওঁক চৰকাৰী ৰেলৱেপুলিছে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

অভিযুক্ত মান্দাৰ প্ৰমোদ গৌৰৱ সিন্দেৰ সমষ্টি ছোলাপুৰৰ বাসিন্দা। অভিযোগ অনুসৰি, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰ সিন্দেই ট্ৰেইনযোগে মুম্বাইলৈ যাত্ৰা কৰি থকাৰ অৱস্থাতে তেওঁৰ ফোনটো চুৰি হয়।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, সিন্দেৰ সতে অভিযুক্ত মান্দাৰ গৌৰৱে একেটা ডবাতে আহিছিল। সিন্দেই ফোনটো নিজৰ চিটত থৈ টয়লেটলৈ যোৱাৰ সময়তে গৌৰৱে ফোনটো চুৰি কৰে। তাৰপাছতে তেওঁক আটক কৰা হয় আৰু ন্যায়ালয়ে এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান