--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্ক: তেলেংগানা চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছে কেঁচা কণীৰ পৰা তৈয়াৰী মেয়োনিজ৷ খাদ্য সুৰক্ষাৰ প্ৰতি লক্ষ্যৰাখি এবছৰৰ বাবে নিষিদ্ধ ঘোষণা  কৰিছে মেয়োনিজ৷ উল্লেখনীয় যে চেণ্ডুইচ, মমোৰ দৰে খাদ্য সামগ্ৰীৰ লগত মেয়োনিজৰ সমাহাৰ খুবেই জনপ্ৰিয়৷  

শেহতীয়া খবৰ অনুসৰি হায়দৰাবাদত ম’ম’ খাই এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে ১৫ গৰাকী অসুস্থ হৈ পৰাৰ পাছতে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। খাদ্য সুৰক্ষা বিষয়াসকলে সদৰি কৰা মতে, ৰাজ্যখনত এনে বহু ঘটনা পোহৰলৈ আহিছে য’ত কেঁচা কণীৰ পৰা তৈয়াৰী মেয়নিজ খাই স্বাস্থ্য অৱনতি ঘটিছে।

তেলেংগানাৰ খাদ্য সুৰক্ষা আয়ুক্তই এক বিবৃতিৰ জৰিয়তে কয় যে যোৱা কেইমাহমানৰ পৰ্যবেক্ষণ আৰু অভিযোগৰ পৰা জানিব পৰা গৈছে যে কেঁচা কণীৰ পৰা তৈয়াৰী মেয়নিজ সেৱনৰ ফলত খাদ্য বিষক্ৰিয়া হৈ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে। সেয়ে কেঁচা কণীৰ পৰা তৈয়াৰী মেয়োনিজ নিষিদ্ধ কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?