--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া তেজদীপ কৌৰ মেননৰ নেতৃত্বত তেলেংগানা শিখ ছ’চাইটিৰ এটা প্ৰতিনিধি দলে সচিবালয়ত উপদেষ্টা মহম্মদ আলী শ্বাব্বিৰক সাক্ষাৎ কৰি “ইমাৰ্জেন্সি” ছবিখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰাৰ বাবে অনুৰোধ জনায়।

চৰকাৰী উপদেষ্টা মহম্মদ আলী শ্বব্বিৰে কয় যে তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেভান্ত ৰেড্ডীয়ে শিখ সম্প্ৰদায়ৰ নেতাসকলক আশ্বাস দিলে যে ৰাজ্য চৰকাৰে কংগনা ৰানাৱতৰ আগন্তুক ছবি “ইমাৰ্জেন্সি” মুক্তিৰ ক্ষেত্ৰত আইনী পৰামৰ্শৰ অপেক্ষাত নিষিদ্ধ কৰাৰ কথা বিবেচনা কৰিব।

বৃহস্পতিবাৰে এক বিবৃতিত শ্বাব্বিৰে কয় যে ‘ছবিখনত শিখ সম্প্ৰদায়ৰ চিত্ৰণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ১৮ জনীয়া প্ৰতিনিধি দলটোৱে এই উপস্থাপন আগবঢ়ায়।’

তেওঁ উল্লেখ কৰে যে প্ৰতিনিধি দলটোৰ অভিযোগ- ছবিখনত শিখসকলক সন্ত্ৰাসবাদী আৰু ৰাষ্ট্ৰবিৰোধী হিচাপে চিত্ৰিত কৰা হৈছে, যিটো আপত্তিজনক আৰু সম্প্ৰদায়টোৰ প্ৰতিচ্ছবি কলংকিত কৰা হৈছে ৷

তেলেংগানাত ছবিখন নিষিদ্ধ কৰাৰ কথা চিন্তা কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনায় শ্বাব্বিৰে। ৰেড্ডীক সাক্ষাৎ কৰি শ্বাব্বিৰে কয় যে মুখ্যমন্ত্ৰীয়ে এই বিষয়ত আইনী পৰামৰ্শ লোৱাৰ পিছতহে সিদ্ধান্ত ল’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ